ETV Bharat / state

আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধানৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময়

author img

By

Published : Aug 14, 2020, 2:09 AM IST

অসম আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধানৰ মতবিনিময় মৰিগাঁৱৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে । শেহতীয়াকৈ কৈ ৰামমন্দিৰ নিৰ্মাণ আৰু আগন্তক ৭৪ সংখ্যক স্বাধীনতা দিৱস পালনৰ বুজ লয় শীৰ্ষ বিষয়াগৰাকীয়ে ।

আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধানৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময়
আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধানৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময়

মৰিগাঁও, 14 আগষ্ট : মৰিগাঁৱৰ বিভিন্ন অঞ্চলত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান ব্ৰজেন জিৎ সিংহৰ মতবিনিময় অনুষ্ঠান । আগবেলাভাগত মৰিগাঁও জিলাৰ মায়ং অঞ্চলৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে সমাজত শান্তি শৃংঙ্খলাৰ পৰিস্থিতি বুজ লৈ সকলোৰে সৈতে সৌহাদ্যপূৰ্ণ এক আলোচনাত মিলিত হৈ সমাজৰ সকলো জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে শান্তি-সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰি ৰখোৱাৰ আহ্বান সিংহৰ ।

লগতে পঢ়কঃ স্বাধীনতা দিৱসৰ পূৰ্বে বজালীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী

একদৰে মৰিগাঁও আৰক্ষী অধীক্ষক সভাগৃহতো ব্ৰজেন জি‍ৎ সিংহই বিয়লি ভাগত জিলাখনৰ জ্যেষ্ঠ নাগৰিক,আগশাৰীৰ দল সংগঠন আৰু জ্যেষ্ঠ সাংবাদিকৰে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা দাঙি ধৰে ।

লগতে পঢ়কঃ সপ্তদশ মৃত্যুতিথিত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াক শ্ৰদ্ধাঞ্জলি আৱাহন পৰিয়ালৰ

তেওঁ কয় যে,সমাজ আন কাৰোবাৰ অধিকাৰত আঘাত নকৰাকৈয়ে চলিব পৰাটোৱেই ডাঙৰ শৃংখলা । এই অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাকে ধৰি বহুকেইখন বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰকে ধৰি জ্যেষ্ঠ নাগৰিক তথা সাংবাদিকসকল উপস্থিত থাকে ৷

মৰিগাঁৱত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান ব্ৰজেন জিৎ সিংহৰ মতবিনিময় অনুষ্ঠান

লগতে পঢ়কঃ অসমীয়া গহনা শিল্পৰ বাবে পৰিচিত এখন সত্ৰনগৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.