ETV Bharat / state

নাগাঁও লোকসভা সমষ্টিৰ পৰা কিমান আশাবাদী ৰূপক শৰ্মা

ই টিভি ভাৰতৰ স'তে ৰূপক শৰ্মাৰ সাক্ষাৎকাৰ...

author img

By

Published : Apr 8, 2019, 9:52 PM IST

"পঞ্চম বাৰলৈ কেবা লাখ ভোটত আমাৰ জয়ী নিশ্চিত"- ৰূপক শৰ্মা

মৰিগাঁও, 8 এপ্ৰিলঃ দেশৰ প্ৰতিটো প্ৰান্তৰ লগতে ১০ নং নগাঁও লোক সভাৰ সমষ্টিৰ মৰিগাঁৱতো চলিছে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ । প্ৰতিজন প্ৰাৰ্থীৰ সমান্তৰালকৈ শাসকীয় গেৰুৱা বাহিনীৰ মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মাই অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ । এই সন্দৰ্ভত চাওঁক ই টিভি ভাৰতৰ এক প্ৰতিবেদন....

Intro:দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে ১০ নং নগাঁও লোক সভাৰ সমষ্টিৰ মৰিগাঁৱতো ব্যাপকহাৰত চলাইছে নিৰ্বাচনী প্ৰচাৰ। শাকীয় গেৰুৱা বাহিনীৰ মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মাই অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ।এই সন্দৰ্ভত আমাৰ এক ৰিপৰ্ট।

Body:দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰাল ভাৱে গেৰুৱা বাহিনীৰ নেতা কৰ্মীৰ ব্যাপক ভাৱে চলাইছে প্ৰচাৰ। শাসকীয় দলটোৰ মনোনীত প্ৰাৰ্থী তথা নগাঁও বিধায়ক ৰূপক শৰ্মাই থকা পিছ পৰি। সভা সমিতিয়ে নিজৰ প্ৰচাৰ কাৰ্যসূচী যত্ন কৰিছে ।

Conclusion:হয় ,ঠিকেই শুনিছে আপুনি। এনেক্ষেত্ৰত পৰৱৰ্ত্তী সময়ত লক্ষণীয় হব নগাঁৱত কোনে মাৰে শেষ হাঁহি।

ratul deka,etc Bharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.