ETV Bharat / state

মাজুলীত হাত কাটি ছাত্ৰৰ কেব বিৰোধী প্ৰতিবাদ

author img

By

Published : Dec 5, 2019, 4:07 PM IST

Updated : Dec 5, 2019, 6:48 PM IST

মাজুলীত ব্লেডেৰে নিজৰ আঙুলি কাটি জয় আই অসম লিখি আছুৰ প্ৰতিবাদী ছাত্ৰৰ অভিনৱ প্ৰতিবাদ ৷

majuli
কেব বিৰোধী প্ৰতিবাদ

মাজুলী, 5 ডিচেম্বৰঃ বুধবাৰে মোডীৰ কেবিনেটত গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ কেবিনেটত কেব গৃহীত হোৱাৰ পাচতে কেব বিৰোধী প্ৰতিবাদত জ্বলিছে সমগ্ৰ ৰাজ্য ৷ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীতো পুৱাৰে পৰা বিভিন্ন ঠাইত চলিছে কেব বিৰোধী প্ৰতিবাদ ৷

নিজৰ হাত কাটি প্ৰতিবাদী ছাত্ৰৰ কেব বিৰোধী প্ৰতিবাদ

ইপিনে পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী ছাত্ৰই নিজৰ হাত কাটি তেজেৰে লিখিলে 'জয় আই অসম' ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাজুলীৰ বনগাঁৱত আছুৰ প্ৰতিবাদী ছাত্ৰই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক - কেবিনেটত গৃহীত কেবঃ প্ৰতিবাদত জ্বলিছে ৰাজ্য

Intro:মুখ্যমন্ত্ৰী সমষ্টি মাজুলীত পুৱাৰে পৰা বিভিন্ন ঠাইত চলিছে কেব বিৰোধী প্ৰতিবাদ……

পূব মাজুলীত আছুৰ অভিনৱ প্ৰতিবাদ ......

নিজৰ হাত কাটি প্ৰতিবাদী ছাত্ৰই তেজেৰে লিখিলে জয় আই অসম ।

ব্লেডেৰে আঙুলি কাটি জয় আই অসম লিখি মাজুলী আছু ৰ অভিনৱ প্ৰতিবাদ……

পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাজুলীৰ বনগাৱত এই প্ৰতিবাদ…

ইফালে মাজুলীত পুৱাৰে পৰা বিভিন্ন ঠাইত চলিছে কেব বিৰোধী প্ৰতিবাদ……

Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
Last Updated : Dec 5, 2019, 6:48 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.