ETV Bharat / state

150 জনীয়া বন্যহস্তী জাকৰ সৈতে সংঘাত অব্যাহত মাজুলীবাসীৰ - etv bharat

তিনিদিন ধৰি মাজুলীত বিচৰণ কৰি আছে 150 জনীয়া বৃহৎ বন্যহস্তীৰ জাকে। দিনে নিশাই গাঁওখনত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে হাতীৰ জাকটোৱে । গাঁওবাসীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ ফলত বিনিদ্ৰ ৰজনী কটাইছে বান বিধ্বস্ত শালমৰাবাসীয়ে।

150 জনীয়া বন্যহস্তী জাক
author img

By

Published : Aug 4, 2019, 6:48 PM IST

Updated : Aug 4, 2019, 10:19 PM IST

মাজুলী, 4 আগষ্টঃ বিগত তিনিদিনে মাজুলীৰ শালমৰা গাঁৱত অব্যাহত আছে হাতী আৰু মানুহৰ সংঘাত ৷ তিনিদিন ধৰি গাঁওখনত বিচৰণ কৰি আছে 150 জনীয়া বৃহৎ বন্যহস্তীৰ জাকে। দিনে নিশাই গাঁওখনত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে হাতীৰ জাকটোৱে । গাঁওবাসীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ ফলত বিনিদ্ৰ ৰজনী কটাইছে বান বিধ্বস্ত শালমৰাবাসীয়ে।

150 জনীয়া বন্যহস্তী জাক

বিগত প্ৰতিটো নিশা শালমৰা, কামজান, বৰবোকা অঞ্চলত হাতীৰ সৈতে সংঘাত কৰি আহিছে গাঁওবাসীয়ে ৷ হাতীৰ ভয়ত উপায়ন্তৰ হৈ গাঁওখনৰ শিশুৰ পৰা বৃদ্ধলৈ একাংশ লোকে নিজ ঘৰ বাৰী এৰি থিতাপি লৈছে গাঁৱৰ অন্য লোকৰ বাসগৃহত ৷ হাতীৰ আতংকত একেলগে নিশাটো পাৰ কৰিছে গাওঁবাসীয়ে ৷ বিগত তিনিদিনে বন বিভাগে হাতীজাকটোক খেদি পঠিয়াব নোৱাৰাৰ ফলত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে একাংশ ৰাইজে ।

Intro:মানুহ বন্যহস্তীৰ সংঘাত :
তিনি দিনে উজাগৰী নিশা যাপন শালমাৰ গাঁৱৰ গঞাৰ।

Into : মাজুলীত যোৱা তিনিতা দিনে বিচৰণ কৰি আছে এটা 150 জনীয়া বৃহৎ বন্যহস্তীৰ জাকে। হাতীৰ জাকটোৱে শালমৰা গাঁৱত তীব্ৰ সন্ত্ৰাস সৃষ্টি কৰিছে। বিনিদ্ৰ ৰজনী কটাইছে বান বিধ্বস্ত শালমৰাবাসীয়ে। যোৱা গোটাই নিশা শালমৰা কামজান বৰবোকা অঞ্চলত হাতী মানুহৰ সংঘাত দেখা গল। শিশুৰ পৰা বিদ্ধলৈ শালমৰা গাঁৱৰ একাংশ লোকে ঘৰ বাৰি এৰি এঘৰত একেলগে নিশা বিনিদ্ৰ ৰজনী কটাই। বন বিভাগে যোৱা কালি দিনৰ ভাগত হাতীজাক খেদি পথাৱ নোৱাৰাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে একাংশই।
বাইট--1

Body:আজি পুৱতিনিশা বন্যহস্তীৰ জাকটো শালমৰা গাঁৱৰ কাষতে থকা ৰিজাৰ্ভলৈ নিজে ওলাই যাই যদিও যোৱা কালি দিনৰ ভাগটো হাতী মানুহৰ সংঘাত দেখিবলৈ পোৱা যাই। Conclusion:মাজুলীৰ পৰা যদুমণি শইকীয়া
Last Updated : Aug 4, 2019, 10:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.