মাজুলী,1অক্টোবৰঃ ঘন কুঁৱলী বাবে ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ যাত্ৰী ভৰ্তি ফেৰী ৷ মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতি ঘাটলৈ গৈ আছিল ফেৰী খন ৷ পুৱা 7.30 মিনিটত যাত্ৰা কৰিছিল যাত্ৰী ভৰ্তি ফেৰীখনে ৷ প্ৰায় ১৫০ গৰাকী যাত্ৰীৰ লগতে তিনিখন গাড়ী আৰু ৫০ খনৰো অধিক দুচকীয়া বাহন আছে ফেৰীখনত আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ হাথৰছ কাণ্ডৰ প্ৰতিবাদত ত্ৰিপুৰা যুৱ কংগ্ৰেছৰ মৌন সমদল