ETV Bharat / state

শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

মাজুলীৰ সত্ৰৰ ৫০০ বছৰীয়া ধৰ্মীয় পৰম্পৰাক উপলুঙা কৰা শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ।

author img

By

Published : Apr 30, 2019, 3:03 PM IST

শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

মাজুলী, ৩০ এপ্ৰিলঃ মাজুলীৰ আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ । একাংশ সত্ৰৰ ছাত্ৰক শিক্ষকজনে চুলি কটাৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ।

শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

উল্লেখ্য যে, শনিবাৰে আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাংশ সত্ৰৰ বৈষ্ণৱ ছাত্ৰক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াই কেচিৰে বখলা বখলকৈ চুলি কাটি দিছিল। মাজুলীৰ সত্ৰৰ ৫০০ বছৰীয়া ধৰ্মীয় পৰম্পৰাক উপলুঙা কৰা শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াৰ এই কাৰ্যত ক্ষুব্ধ হৈ পৰিছে মাজুলী ছাত্ৰ সন্থাৰ লগতে সকলো দল সংগঠনৰ তথা বৈষ্ণৱ সকল । উক্ত ঘটনাৰ বাবে ছাত্ৰ- সন্থাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু সত্ৰ-বৈষ্ণৱ সকলে কমলাবাৰী চাৰিআলিত শিক্ষকজনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে । অতি শীঘ্ৰে আৰক্ষী তথা জিলা প্ৰশাসনকে প্ৰধান শিক্ষকজনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবীত পৰিবেশ উত্তাল কৰি তোলে ।

আৰু পঢ়ক- কোকৰাঝাৰত এবছুৰ কৰ্মীৰ ওপৰত আক্ৰমণত বড়োলেণ্ড ছাত্ৰ সন্থা জড়িত থকাৰ কথা অস্বীকাৰ সংগঠনটোৰ

মাজুলীত প্ৰতিবাদ ::::::

gfx..প্ৰসংগ …সত্ৰৰ  শিশু বৈষ্ণৱৰ চুলি কটা……

gfx..অাজিও উত্তাল মাজুলী……

gfx..মাজুলী কমলাবাৰী চাৰিআলি প্ৰতিবাদ

gfx..আছুৰ আহ্বানত প্ৰতিবাদলৈ ওলাই আহিল সত্ৰ বৈষ্ণৱ ।

gfx..কাৰ অাশীষপুষ্ট অভিযুক্ত শিক্ষক প্ৰশান্ত দোলাকাষৰীয়া……

gfx...কিয় অাজিও ব্যৱস্থা গ্ৰহন নকৰিলে অভিযুক্ত শিক্ষক জনৰ বিৰুদ্ধে

gfx....শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী……

o/c..v/o........মঙ্গলবাৰে মাজুলীৰ ৰাজপথৰ দৃশ্য এয়া………। মাজুলীৰ  বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় এৰি ৰাজপথত। মাজুলীৰ কমলাবাৰী চাৰিআলি অাছুৱে ৰূপায়ন কৰিছে এই প্ৰতিবাদ  । 

শনিবাৰে মাজুলীৰ অাউনীঅাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাংশ সত্ৰৰ বৈষ্ণৱ ছাত্ৰক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াই কেচিৰে বখলা বখলকৈ চুলি কাটি নিৰ্যাতন চলোৱাক লৈ এতিয়া মাজুলীত এনেদৰে প্ৰতিবাদ চলিছে। দেওবাৰে অাছুৱে ৰাজপথত অৱৰোধ কৰাৰ পাছত অাজিও এইদৰে অব্যাহত অাছে প্ৰতিবাদৰ জুই………
মাজুলীৰ সত্ৰৰ ৫০০ বছৰীয়া ধৰ্মীয় পৰম্পৰাক উপলুঙা কৰা শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াক গ্ৰেপ্তাৰৰ  দাবীত এতিয়া এনেদৰে মাজুলীত জুই জ্বলিছে…।

byt...asu leader

v.o....ইফালে মাজুলীৰ অাউনীঅাটি সত্ৰৰ শিশু বৈষ্ণৱক  আৰু অভিভাৱক সকলে আজি দোষী ৰ শাস্তিৰ দাবীত আজি প্ৰতিবাদ অংশ গ্ৰহণ কৰে । কিন্তু কি কাৰনে অাজি লৈকে এইজন প্ৰশান্ত দোলাকাষৰীয়াৰ বিৰুদ্ধে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহন কৰা নাই। কাৰ অাশীষপুষ্ট এইজন প্ৰধান শিক্ষক। অাৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পাছতো কাৰ অাৰ্শীবাদত প্ৰশান্ত দোলাকাষৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰা নাই????
ইয়াৰ উত্তৰ বিছাৰিছে সত্ৰৰ বৈষ্ণৱে………
byt.... বৈষ্ণৱ ।

Byt.... আছু ।

মাজুলীৰ পৰা যদুমণি শইকীয়া ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.