ETV Bharat / state

মাজুলীত 14 ফুট উচ্চতাৰ ছোঁ মুখা নিৰ্মাণ - যোৰহাট

মিলন নগৰ পূজা মণ্ডপৰ মূলদ্বাৰত প্ৰতিষ্ঠা হ'বলগীয়া এই দুই বৰ মুখাই দৰ্শনাৰ্থীক মুগ্ধ কৰিব বুলি আশা ব্যক্ত কৰিছে নিৰ্মাতাসকলে ৷ ছোঁ মুখাৰ লগতে মাজুলীৰ ৰাসত ব্যৱহৃত বৃহৎ আকাৰৰ অজগৰ নিৰ্মাণ কৰি পূজা মণ্ডপত অভিনয়ৰ দিহা কৰিছে পূজা সমিতিয়ে ।

মাজুলীত 14 ফুট উচ্চতাৰ ছোঁ মুখা নিৰ্মাণ
author img

By

Published : Oct 4, 2019, 3:53 PM IST

মাজুলি, 4 অক্টোবৰ : দুৰ্গোৎসৱক লৈ সমগ্ৰ ৰাজ্যত উখল মাখল পৰিৱেশৰ ৷ কিন্তু ইয়াৰ বিপৰীত ছবি প্ৰতিফলিত হৈছে সত্ৰপীঠ মাজুলীত ৷ মাজুলী দুৰ্গোৎসৱ পালন কৰা নহ'লেও যোৰহাটৰ মিলনগৰ পূজা মণ্ডপৰ বাবে মাজুলীত নিৰ্মাণ কৰা হৈছে 14 ফুট উচ্চতাৰ ছোঁ মুখা ৷

মাজুলীত 14 ফুট উচ্চতাৰ ছোঁ মুখা নিৰ্মাণ

মুখা শিল্পৰ বাবে বিখ্যাত মাজুলী চামগুৰি সত্ৰৰ সমীপৰ প্ৰেম বৰা, অংকুৰ বৰুৱা আৰু গৌতম ভূঞাই নিৰ্মাণ কৰি উলিয়াইছে দুটা বৃহৎ আকাৰৰ জনজাতীয় যুৱকৰ ছোঁ মুখা ৷ মিলন নগৰ পূজা মণ্ডপৰ মূলদ্বাৰত প্ৰতিষ্ঠা হ'বলগীয়া এই দুই বৰ মুখাই দৰ্শনাৰ্থীক মুগ্ধ কৰিব বুলি আশা ব্যক্ত কৰিছে নিৰ্মাতাসকলে ৷ ছোঁ মুখাৰ লগতে মাজুলীৰ ৰাসত ব্যৱহৃত বৃহৎ আকাৰৰ অজগৰ নিৰ্মাণ কৰি পূজা মণ্ডপত অভিনয়ৰ দিহা কৰিছে পূজা সমিতিয়ে । কাপোৰ, কুমাৰ মাটি, গোৱৰ আৰু বাঁহেৰে নিৰ্মিত ছোঁ বা বৰমুখাকেইটা শুকুৰবাৰে দেৰগাঁৱৰ মণ্ডপলৈ নিয়া হয় ।

Intro:দুৰ্গপুজা বিহীন মাজুলীত পুজাৰ বাবে নিৰ্মান মুখাঃ 
১৪ ফুট উচ্চতাৰ ছোঁ মুখা নিৰ্মানঃ  
মাজুলীৰ অজগৰে দেৰগাঁৱৰ পূজা মণ্ডপত কৰিব আভিনয়ঃ

VO.... দুৰ্গা উৎসৱক লৈ সমগ্ৰ ৰাজ্যত উখল মাখল পৰিৱেশ ৷ ইয়াৰ বিপৰিত ছবি সত্ৰ পীঠ মাজুলীত ৷ দুৰ্গা পুজা বিহিন মাজুলীত  পূজাৰসবাবে নিৰ্মান হৈছে  ১৪ ফুট উচ্ছতাৰ 'ছোঁ' মুখা  ৷ মুখা শিল্পৰ বাবে বিখ্যাত মাজুলী চামগুৰি সত্ৰৰ সমিপৰে প্ৰেম বৰা , অংকুৰ বৰুৱা, গৌতম ভূঞা ই দেৰগাৱৰ  মিলনগৰ পূজা মন্দপৰ বাবে নিৰ্মান কৰি উলিয়াইছে বৃহৎ আকাৰৰ এই   জনজাতীয় যুৱকৰ ছোঁ মুখা ৷ মিলন নগৰ পূজা মণ্ডপৰ মুল দ্বাৰত প্ৰতিষ্ঠা হব লগা এই দুই বৰ মুখাই শাৰদীয় পূজাৰ দৰ্শনাথীক মুগ্ধ কৰিব ৷ সমান্তৰাল ভাৱে মাজুলীৰ ৰাসত ব্যৱহিত বৃহৎ আকৰৰ অজগৰ নিৰ্মান কৰি পূজা মণ্ডপত অভিনয়ৰ দিহা  কৰিছে পৃজা সমিতিয়ে। কাপোৰ, কুমাৰ মাটি, গোবৰ আৰু বাঁহেৰে নিৰ্মিত ছোঁ বা বৰমুখা কেইটা আজি লৈ গৈছে দেৰগাঁৱলৈ।
Body:মাজুলীৰ পৰা যদুমণি শইকীয়া।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.