ETV Bharat / state

কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে লখিমপুৰত উপস্থিত টীম কাঞ্চনজংঘা

author img

By

Published : Aug 31, 2019, 5:00 PM IST

ইউকেলিপ্টাছৰ দৰে ওখ হ'ব বিচৰা জুবিন গাৰ্গ এতিয়া ব্যস্ত কাঞ্চনজংঘাৰ প্ৰচাৰত৷ শুকুৰবাৰে নাৰায়ণপুৰত উপস্থিত হয় টীম কাঞ্চনজংঘা

কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে লখিমপুৰত উপস্থিত টীম কাঞ্চনজংঘা

লখিমপুৰ, 31 আগষ্টঃ সমগ্ৰ অসমৰ লগতে নাৰায়ণপুৰতো শুকুৰবাৰে উপস্থিত হয় টীম কাঞ্চনজংঘা৷ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ চৌদহত অনুষ্ঠিত বহুচৰ্চিত চিনেমাখনৰ প্ৰচাৰ সভাত উপস্থিত থাকে জুবিন গাৰ্গ, ত্ৰিদীপ লাহন, শশাংক সমীৰৰ লগতে বহুকেইজন শিল্পী৷ প্ৰায় পাঁচ হাজাৰ অনুৰাগী উপস্থিত থকা এই প্ৰচাৰ অনুষ্ঠানত জুবিন গাৰ্গে গীত আৰু কথাৰে সকলোকে আপ্লুত কৰে৷ কন্ঠশিল্পীগৰাকীয়ে নতুন চলচ্চিত্ৰ নীতিক ভূয়সী প্ৰশংসা কৰাৰ লগতে এন আৰ চিৰ ক্ষেত্ৰতো নিজৰ মন্তব্য আগবঢ়ায়৷ তেওঁ কয় যে অসমত এইক্ষেত্ৰত বহুকেইটা স্পৰ্শকাতৰ অঞ্চল আছে। সকলোৱে যাতে শান্তি- শৃংখলাৰে এন আৰ চিৰ খচৰা প্ৰকাশৰ দিনটো পাৰ হৈ যাবলৈ দিয়ে তাৰ প্ৰতিও ৰাইজক আহ্বান জনায় ৷

কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে লখিমপুৰত উপস্থিত টীম কাঞ্চনজংঘা

আনহাতে এন আৰ চিক লৈ কাৰোবাৰ আক্ষেপ থাকিলে প্ৰয়োজন সাপেক্ষে পুনৰ চিন্তা-চৰ্চাৰ বাবে আবেদন জনাব বুলিও তেওঁ কয়৷ লগতে নতুন চিনেমা হলৰ বাবে ৰাজ্য চৰকাৰে লোৱা উদ্যোগৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে জুবিন গাৰ্গে৷ আনহাতে বিহপুৰীয়াত নতুনকৈ নিৰ্মিত প্ৰেৰণা চিনেমাহলে সকলো অনুৰাগীৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ লগতে উক্ত চিনেমা হলটোত দৰ্শনী হ'বলগীয়া প্ৰথমখন চিনেমা কাঞ্চনজংঘা হোৱাৰ বাবে যথেষ্ট আনন্দিত জুবিনৰ অনুৰাগীসকল৷

Intro:ইউকেলিপ্টাছৰ দৰে ওখ হ'ব বিচৰা জুবিন গাৰ্গ এতিয়া ব্যস্ত স্থিতপ্ৰজ্ঞ কাঞ্চনজংঘাৰ প্ৰচাৰত৷ সমগ্ৰ অসমত আহিবলগীয়া নতুন ছবি কাঞ্চনজংঘাৰ প্ৰচাৰ চলাই থকাৰ দৰেই নাৰায়ণপুৰতো আজি উপস্থিত হয় টীম কাঞ্চনজংঘা৷ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ চৌদহত অনুষ্ঠিত বহুচৰ্চিত চিনেমাখনৰ প্ৰচাৰৰ সভাত উপস্থিত থাকে জুবিন গাৰ্গ, ত্ৰিদীপ লাহন, শশাংক সমীৰৰ লগতে বহুকেইজন শিল্পী৷ প্ৰায় পাচ হাজাৰ অনুৰাগীয়ে ভৰি পৰা অনুষ্ঠানটোত জুবিন গাৰ্গে গীত আৰু কথাৰে সুৱগা চৰায়৷ নতুন চলচ্চিত্ৰ নীতিক ভূয়সী প্ৰসংসা কৰাৰ লগতে হাৰ্ট থ্ৰৱজনে এন আৰ চিৰ ক্ষেত্ৰতো মন্তব্য আগবঢ়ায়৷ তেওঁ কয় যে অসমত এইক্ষেত্ৰত বহুকেইটা স্পৰ্শকাতৰ অঞ্চল আছে। সকলোৱে যাতে শান্তি- শৃংখলাৰে এন আৰ চিৰ খচৰা প্ৰকাশৰ দিনটো পাৰ হৈ যাবলৈ দিয়ে তাৰ প্ৰতিও ৰাইজক আহ্বান জনায় শিল্পীগৰাকীয়ে৷ প্ৰয়োজন হ'লে পুণৰ চিন্তা-চৰ্চাৰ বাবে আবেদন জনাব বুলিও তেওঁ কয়৷ লগতে নতুন চিনেমা হলৰ বাবে ৰাজ্য চৰকাৰে লোৱা উদ্যোগৰ বাবে চৰকাক ধন্যবাদ জ্ঞাপন কৰে জুবিন গাৰ্গে৷ উল্লেখযোগ্য যে, হাৰ্ট থ্ৰৱগৰাকীক কাষতে পাই আবেগক ধৰি ৰাখিব নোৱাৰি কান্দোনৰ ৰুল তোলা এগৰাকী অনুৰাগীক মঞ্চলৈ মাতি নিয়ে জুবিন গাৰ্গে৷ লগতে এজন কণমানি দিব্যাংগ শিশুৱে জুবিন গাৰ্গক চাবলৈ অহাত মঞতে কাষত বহুৱাই লয় একাংশ প্ৰজন্মৰ বাবে ভগৱানস্বৰূপ ব্যক্তিজনে৷ আনহাতে বিহপুৰীয়াত নতুনকৈ নিৰ্মীত প্ৰেৰণা চিনেমাহলে চিনেমাপ্ৰেমীৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ লগতে উক্ত চিনেমাহলটোত দৰ্শনী হ'বলগীয়া প্ৰথমখন চিনেমা কাঞ্চনজংঘা হোৱাৰ বাবে আনন্দৰ পাৰ ভাগিছে এটা বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত৷
Body:ইউকেলিপ্টাছৰ দৰে ওখ হ'ব বিচৰা জুবিন গাৰ্গ এতিয়া ব্যস্ত স্থিতপ্ৰজ্ঞ কাঞ্চনজংঘাৰ প্ৰচাৰত৷ সমগ্ৰ অসমত আহিবলগীয়া নতুন ছবি কাঞ্চনজংঘাৰ প্ৰচাৰ চলাই থকাৰ দৰেই নাৰায়ণপুৰতো আজি উপস্থিত হয় টীম কাঞ্চনজংঘা৷ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ চৌদহত অনুষ্ঠিত বহুচৰ্চিত চিনেমাখনৰ প্ৰচাৰৰ সভাত উপস্থিত থাকে জুবিন গাৰ্গ, ত্ৰিদীপ লাহন, শশাংক সমীৰৰ লগতে বহুকেইজন শিল্পী৷ প্ৰায় পাচ হাজাৰ অনুৰাগীয়ে ভৰি পৰা অনুষ্ঠানটোত জুবিন গাৰ্গে গীত আৰু কথাৰে সুৱগা চৰায়৷ নতুন চলচ্চিত্ৰ নীতিক ভূয়সী প্ৰসংসা কৰাৰ লগতে হাৰ্ট থ্ৰৱজনে এন আৰ চিৰ ক্ষেত্ৰতো মন্তব্য আগবঢ়ায়৷ তেওঁ কয় যে অসমত এইক্ষেত্ৰত বহুকেইটা স্পৰ্শকাতৰ অঞ্চল আছে। সকলোৱে যাতে শান্তি- শৃংখলাৰে এন আৰ চিৰ খচৰা প্ৰকাশৰ দিনটো পাৰ হৈ যাবলৈ দিয়ে তাৰ প্ৰতিও ৰাইজক আহ্বান জনায় শিল্পীগৰাকীয়ে৷ প্ৰয়োজন হ'লে পুণৰ চিন্তা-চৰ্চাৰ বাবে আবেদন জনাব বুলিও তেওঁ কয়৷ লগতে নতুন চিনেমা হলৰ বাবে ৰাজ্য চৰকাৰে লোৱা উদ্যোগৰ বাবে চৰকাক ধন্যবাদ জ্ঞাপন কৰে জুবিন গাৰ্গে৷ উল্লেখযোগ্য যে, হাৰ্ট থ্ৰৱগৰাকীক কাষতে পাই আবেগক ধৰি ৰাখিব নোৱাৰি কান্দোনৰ ৰুল তোলা এগৰাকী অনুৰাগীক মঞ্চলৈ মাতি নিয়ে জুবিন গাৰ্গে৷ লগতে এজন কণমানি দিব্যাংগ শিশুৱে জুবিন গাৰ্গক চাবলৈ অহাত মঞতে কাষত বহুৱাই লয় একাংশ প্ৰজন্মৰ বাবে ভগৱানস্বৰূপ ব্যক্তিজনে৷ আনহাতে বিহপুৰীয়াত নতুনকৈ নিৰ্মীত প্ৰেৰণা চিনেমাহলে চিনেমাপ্ৰেমীৰ মাজত আশাৰ সঞ্চাৰ কৰাৰ লগতে উক্ত চিনেমাহলটোত দৰ্শনী হ'বলগীয়া প্ৰথমখন চিনেমা কাঞ্চনজংঘা হোৱাৰ বাবে আনন্দৰ পাৰ ভাগিছে এটা বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত৷
Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.