ETV Bharat / state

উচ্চতৰ মাধ্যমিকত বিহপুৰীয়ালৈ গৌৰব কঢ়িয়ালে দুই কৃতিমানে - পিউ দাস

বাণিজ্য শাখাত ৪৬৫ নম্বৰেৰে পিউ দাসে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, বাণিজ্য শাখাত দশম স্থানেৰে বিহপুৰীয়া উজলা মধুসুদন শৰ্মাই ৷

Two rank holders from Bihupuria in HS result
উচ্চতৰ মাধ্যমিকত বিহপুৰীয়ালৈ গৌৰব কঢ়িয়ালে দুই কৃতিমানে
author img

By

Published : Jun 25, 2020, 6:39 PM IST

বিহপুৰীয়া, 25 জুনঃ চতুৰ্থ আৰু দশম স্থানেৰে বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিহপুৰীয়াক উজলালে দুই কৃতিমানে ৷ বাণিজ্য শাখাত ৪৬৫ নম্বৰেৰে পিউ দাসে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

পিউ দাস

আনহাতে, বাণিজ্য শাখাত দশম স্থানেৰে বিহপুৰীয়া উজলালে মধুসুদন শৰ্মাই ৷ ছাত্ৰজনে মুঠ ৪৫১ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ লখিমপুৰ জিলাৰ ডিক্ৰং নেচনেল কলেজৰ দুই শিক্ষাৰ্থীৰ ফলাফলৰ বাবে অত্যন্ত সুখী বিদ্যালয় কৰ্তৃপক্ষ ৷ ভৱিষ্যতে চাটাৰৰ্দ একাউণ্টটেন্ট হোৱাৰ সপোন পিউ আৰু মধুসুদনৰ ৷

মধুসুদন শৰ্মা

লগতে পঢ়কঃ টীয়কৰ জাঁজীমুখত বানৰ কৱলত বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.