ETV Bharat / state

লখিমপুৰত মিচিং জাতীয় সংগঠনৰ প্ৰতিবাদ - মিচিং জাতীয় সংগঠনৰ প্ৰতিবাদ

বিভিন্ন দাবী পূৰণৰ অৰ্থে লখিমপুৰ বিহপুৰীয়া উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ৰ সমুখত TMPK,MMKকে ধৰি কেইবাটাও মিচিং জাতীয় সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ

লখিমপুৰত মিচিং জাতীয় সংগঠনৰ প্ৰতিবাদ
author img

By

Published : May 6, 2019, 3:02 PM IST

লখিমপুৰ, 6 মে': TMPK,MMK কে ধৰি কেইবাটাও মিচিং জাতীয় সংগঠনে দেওবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বান গৰাখহনীয়াৰ সমস্যা সমাধান কৰা,নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প বন্ধ কৰা, মিচিং অধ্যুষিত অঞ্চলত বাট পথ উন্নয়ন কৰাৰ দাবীত লখিমপুৰ বিহপুৰীয়া উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ৰ সমুখত সংগঠনটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

লখিমপুৰত মিচিং জাতীয় সংগঠনৰ প্ৰতিবাদ

চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ সংগঠন কেইটাৰ৷

বান গৰাখহনীয়া সমস্যা সমাধ কৰা,নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্প বন্ধ কৰা, মিচিং অধ্যুষিত অঞ্চলত বাট পথ উন্নয়ন কৰাৰ দাবীত লখিমপুৰ বিহপুৰীয়া উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ৰ সমুখত প্ৰতিবাদ TMPK,MMK কে ধৰি কেইবাটাও মিচিং জাতিয় সংগঠনৰ। সংগঠন কেইটাৰ দাবী চৰকাৰে বন্ধ কৰক নামনি সোৱণশিৰী জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণৰ কাম। উন্নয়নে ঢুকি নোপোৱা মিচিং অধ্যুষিত অঞ্চলত ৰূপায়ণ কৰক উন্নয়ন আচনি। চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ নললে চৰকাৰ বিৰুদ্ধে তীব্ৰ আন্দোলন হুংকাৰ সংগঠন কেইটাৰ।

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.