ETV Bharat / state

নিৰ্বাচনী আচৰণ বিধি উলংঘা: লখিমপুৰত জব্দ ১ লাখ ৭৫ হেজাৰ টকা - নিৰ্বাচনী আচৰণ বিধি

লখিমপুৰত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি সৰবৰাহ কৰা নগদ ১ লাখ ৭৫ হেজাৰ টকা জব্দ ৷ ধেমাজি জিলাৰ চিলাপথাৰৰ এজন ব্যৱসায়ীয়ে নিয়ম উলংঘাৰে টকাখিনি কঢ়িয়াই আনোতে তালাচীত ধৰা পৰে এই ধনখিনি ।

লখিমপুৰত ১ লাখ ৭৫ হেজাৰ টকা জব্দ
লখিমপুৰত ১ লাখ ৭৫ হেজাৰ টকা জব্দ
author img

By

Published : Mar 4, 2021, 10:56 PM IST

লখিমপুৰ, 4 মাৰ্চঃ লখিমপুৰৰ বগীনদীৰ গজাই মনাই ক্ষেত্ৰৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচী অভিযানত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি কঢিয়াই অনা ১ লাখ ৭৫ হেজাৰ টকা জব্দ কৰে আৰক্ষীয়ে । টকাখিনি AS-06 X 7899 নম্বৰৰ মাৰুতী চুজুকি গাড়ীখনৰ পৰা জব্দ কৰা হয় ।

ধেমাজি জিলাৰ চিলাপথাৰৰ এজন ব্যৱসায়ীয়ে নিয়ম উলংঘাৰে টকাখিনি কঢ়িয়াই আনোতে তালাচীত ধৰা পৰে এই ধনখিনি । কদম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গোলাপ শৰ্মাৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীৰ লগতে ঢকুৱাখনাৰ নিৰ্বাচনী বিষয়া অভিজিৎ বৰা, সংলগ্ন বিষয়া শ্ববনম পাদী, কদম ৰাজহ চক্ৰৰ সংলগ্ন বিষয়া ইলিনা কাণ্ডুলানাই সহযোগ কৰে।

লগতে পঢ়কঃ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.