ETV Bharat / state

খাম্তি জনগোষ্ঠীৰ মাই কুছুমফাই উৎসৱ উদযাপন

লখিমপুৰত উদযাপন বৌদ্ধ ধৰ্মালম্বী লোক সকলৰ ধৰ্মীয় উৎসৱ মাই কুছুম ফাই উৎসৱ ৷ শনিবাৰে পুৱা অৰ্থাৎ পুৰ্ণিমাৰ দিনটোত জ্বলোৱা হ'ব মেজি ৷

khamti tribes celebrate mai ko shom fai festival at lakhimpur
খাম্তি জনগোষ্ঠীৰ মাই কুছুমফাই উৎসৱ উদযাপন
author img

By

Published : Feb 7, 2020, 11:56 PM IST

লখিমপুৰ , 7 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে লখিমপুৰত বৌদ্ধ ধৰ্মালম্বী লোক সকলে পালন কৰিলে ধৰ্মীয় উৎসৱ মাই কুছুম ফাই ৷ মাঘ মাহৰ পূৰ্ণিমাৰ দিনা সমগ্ৰ বিশ্বৰে বৌদ্ধ ধৰ্মালম্বী লোকসকলে পালন কৰে তেঁওলোকৰ ধৰ্মীয় উৎসৱ মাই কুছুম ফাই ৷ ভগৱান বুদ্ধৰ আশীষ বিচাৰি ভূটান, ভিয়েটনাম, লাওচ আদি দেশৰ লগতে বিশ্বৰ সকলো প্ৰান্ততে বসবাস কৰা বৌদ্ধ ধৰ্মালম্বী লোকসকলে পালন কৰে এই পৰম্পৰাগত উৎসৱটি ৷ বিগত বৰ্ষ সমূহৰ দৰে লখিমপুৰ জিলাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক সকলেও পালন কৰিলে উৎসৱটি ৷ উৎসৱৰ বাবে জিলাখনৰ বৌদ্ধ ধৰ্মালম্বীসকলে সাজি উলিয়াইছে মেজি ৷ উল্লেখযোগ্য যে , মাই কুচুম ফাই শব্দটোৰ অৰ্থই হৈছে মেজি ৷ শনিবাৰে পুৱা অৰ্থাৎ পুৰ্ণিমাৰ দিনটোত জ্বলোৱা হ'ব মেজি ৷ আনহাতে অসমীয়া পৰম্পৰাৰ দৰে খাম্তি সকলেও শুকুৰবাৰে মেজিৰ তলত একত্ৰিত হৈ ভোজ-ভাত গ্ৰহণেৰে পালন কৰিলে পৰম্পৰাগত উৎসৱটি ৷

খাম্তি জনগোষ্ঠীৰ মাই কুছুমফাই উৎসৱ উদযাপন

আৰু পঢ়ক : জৰাজীৰ্ণ অৱস্থাত লখিমপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়

Intro:মাঘি পুৰ্ণিমাত সমগ্ৰ বিশ্বৰ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰি আহিছে ধৰ্মীৰ উৎসৱ মাই কুছুম ফাই।

Body:লখিমপুৰ জিলাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক সকলেও এই মাই কুছুম ফাই কাৰণে সাজি তুলিছে মেজি। অসমীয়া পৰম্পৰাৰ দৰে খাম্তি সকলেও আজি মেজিৰ তলত ফকলো একত্ৰিত হৈ খাব এসাজ।

Conclusion:পূৱা অৰ্থাত পুৰ্ণিমাত দিনটোত জ্বলোৱা হৱ মেজি। কেৱল অসমতে নহয় ভূটান, ভিয়েটনাম, লাওচ আদি কৰি সমগ্ৰ বিশ্বৰ বৌদ্ধ।ধৰ্মাৱলম্বী সকলো ভগৱান বুদ্ধৰ আশীৰ্বাদ বিছাৰি মাই কুচুম ফাই অৰ্থাৎ মেজি।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.