ETV Bharat / state

নিৰ্বাচনৰ প্ৰাকক্ষণত ধলপুৰত ৯০ হাজাৰ টকা জব্দ

author img

By

Published : Mar 8, 2021, 10:44 PM IST

গুৱাহাটীৰ পৰা বঙালমৰাৰ সোনাপুৰলৈ চাৰি যুৱকে ধনখিনি কঢ়িয়াই অনাৰ সময়তে চাৰ্ভিলেঞ্চ টীমে তালাচী চলাই টকাখিনি জব্দ কৰে ৷

Huge amount of money Seized Lakhimpur
নিৰ্বাচনৰ প্ৰাকক্ষণত ধলপুৰত ৯০ হাজাৰ টকা জব্দ

লখিমপুৰ, 8 মাৰ্চ : বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে সোমবাৰে নাৰায়ণপুৰৰ ধলপুৰত উদ্ধাৰ হয় নব্বৈ হাজাৰ টকা ৷ গুৱাহাটীৰ পৰা বঙালমৰাৰ সোনাপুৰলৈ চাৰি যুৱকে ধনখিনি কঢ়িয়াই অনাৰ সময়তে চাৰ্ভিলেঞ্চ টীমে তালাচী চলাই টকাখিনি জব্দ কৰে ৷ যুৱক চাৰিজনে AS O7 L 5732 নম্বৰৰ এখন হুণ্ডাই ক্ৰেটা গাড়ীৰে কঢ়িয়াই আনিছিল ধনখিনি ৷ ধলপুৰ আৰক্ষী চকীৰ সমুখত তালাচী চলাই থকা অৱস্থাত ধনখিনি জব্দ কৰে চাৰ্ভিলেঞ্চ টীমটোৱে ৷

লগতে পঢক : আমগুৰি সমষ্টিত টিকটৰ পৰা বঞ্চিত হৈ কি ক'লে অপৰাজিতা ভূঞাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.