ETV Bharat / state

ঢকুৱাখনাত অনুষ্টুপীয়াকৈ ফাট বিহু উদযাপন

author img

By

Published : May 11, 2020, 5:58 PM IST

Updated : May 11, 2020, 6:06 PM IST

এইবাৰ নিস্তব্ধ হৈ থাকিল মহঘূলী চাপৰি। নাই জীয়ৰী বোৱাৰীৰ গছতলৰ বিহু, নাই বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ।

Fat Bihu celebration in Lakhimpur
লখিমপুৰত অনুষ্টুপীয়াকৈ ফাট বিহু উদযাপন

লখিমপুৰ, 11 মে' : হাজাৰ হাজাৰ লোকৰ উপস্থিতিত নহয় , পতাকা উত্তোলনেৰে ৰক্ষা কৰা হ'ল ঢকুৱাখনাৰ ঐতিহাসিক ফাট বিহু। ঢকুৱাখনাৰ মহঘূলী চাপৰিত এইবাৰ অনুস্থিত নহ'ল ঐতিহাসিক ফাট বিহুৰ আৰম্বৰপূৰ্ণ অনুষ্ঠান । পৰম্পৰা অনুসৰি বহাগৰ শেষৰ শুকুৰবাৰৰ পৰা অনুস্থিত হয় ফাট বিহু। কিন্তু এইবাৰ নিস্তব্ধ হৈ থাকিল মহঘূলী চাপৰি। নাই জীয়ৰী বোৱাৰীৰ গছতলৰ বিহু, নাই বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান । পূৰ্বতে লক্ষ লক্ষ দৰ্শক-শ্ৰোতাৰ উপস্থিতিৰে উদযাপন কৰা ফাটবিহু এইবাৰ মাত্ৰ কেইজনমান মুষ্টিমেয় লোকৰ উপস্থিতিত উদযাপন কৰা হয়। কৰ'ণা মহামাৰীৰ বাবে আয়োজক সমিতিয়ে কেৱল পতাকা উত্তোলন, শ্বহীদ তৰ্পন কৰিয়েই সামৰিলে ঐতিহাসিক ফাট বিহু।

লখিমপুৰত অনুষ্টুপীয়াকৈ ফাট বিহু উদযাপন

লগতে পঢ়ক : COVID-19ৰ ফলাফল অনুসৰিহে পৰিয়ালৰ লোকক চমজাই দিয়া হ'ব তনুৰাম শইকীয়াৰ মৃতদেহ

Last Updated : May 11, 2020, 6:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.