ETV Bharat / state

বিহপুৰীয়াৰ ষ্টেট বেংকৰ সন্মুখৰ পৰা দিন দুপৰতে ৫ লাখ টকা লুট দুৰ্বৃত্তৰ

author img

By

Published : Sep 19, 2019, 10:23 PM IST

লখিমপুৰৰ বিহপুৰীয়াৰ ষ্টেট বেংকৰ সন্মুখৰ পৰা দিন দুপৰতে নগদ পাচঁলাখ টকা লুট দুৰ্বৃত্তৰ ৷

বেংক গ্ৰাহকৰ পৰা লক্ষাধিক টকা লুট দুৰ্বৃত্তৰ

লখিমপুৰ, 19 ছেপ্টেম্বৰঃ লখিমপুৰৰ বিহপুৰীয়াত সংঘটিত এক ডকাইতি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিহপুৰীয়াৰ ষ্টেট বেংকৰ সন্মুখৰ পৰা দিন দুপৰতে নগদ পাচঁ লাখ টকা লুট কৰি নিয়ে দুৰ্বৃত্তৰ দলে ৷ বিপিন বৰা নামৰ লোকজনে বেংকৰ পৰা ৫ লাখ টকা উলিয়াই আনি বাইকত উঠিবৰ সময়ত ঘটনাস্থলীৰ পৰাই দূৰ্বৃত্তই লুটি নিয়ে ধনসহ বেগটো ৷ ভুক্তভোগী গ্ৰাহকজনৰ ভাষ্য অনুসৰি ডকাইতৰ দলটোৱে বাইকৰ হেণ্ডেলত জুলীয়া পদাৰ্থৰ প্ৰলেপ সানি থৈছিল আৰু যাৰ ফলত কিছু সময়ৰ বাবে ধোঁৱা নিৰ্গত হোৱাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তৰ দলটোৱে লুট কৰি নিয়ে টকাৰ বেগটো ৷ আৰক্ষীয়ে বেংকৰ চিচিটিভি ৰ ভিজুৱেল সংগ্ৰহ কৰি ডকাইতি কাণ্ডত জড়িত দুৰ্বৃত্তৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৷

Intro: লখিমপুৰৰ বিহপুৰীয়াৰ ষ্টেট বেংকৰ সন্মুখৰ পৰা দিন দুপৰতে নগদ পাচঁলাখ টকা লুট দুৰ্বৃত্তৰ । Body:বিপিন বৰা নামৰ লোকজনে বেংকৰ পৰা উলিয়াই আনিছিল ৫ লাখ টকা। AS 01J 3606 নম্বৰৰ পালছাৰ বাইকত ওলমাই থোৱাৰ পৰাই দূৰ্বৃত্তই লুটি নিলে ধন সহ বেগটো । বাইকৰ হেণ্ডেলত জুলীয়া পদাৰ্থৰ প্ৰলেপ দি থোৱাত সেই প্ৰলেপ হাতত লগাৰ পাছতে গুচাবলৈ চেষ্টা কৰিছিল বিপিন বৰাই। সেই সময়তে চেগ বুজি দূৰ্বৃত্তই লৈ গ'ল টকাৰ বেগ।Conclusion:বিহপুৰীয়া নগৰত সংঘটিত হোৱা ধন লুটৰ ঘটনাক লৈ সংকিত হৈ পৰিছে সকলো গ্ৰাহক। আৰক্ষীয়ে বেংকৰ cctvৰ ভিজুৱেল সংগ্ৰহ কৰি অভিযান চলাইছে দূৰ্বৃত্তৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.