ETV Bharat / state

গোসাইগাঁৱত ভোটাৰৰ সৈতে মত-বিনিময় শব্দৰাম ৰাভাৰ - গোসাইগাঁও

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । সেয়েহে ভোটাৰৰ পদূলিয়ে-পদূলিয়ে এতিয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শব্দৰাম ৰাভা ।

গোসাইগাঁৱত ভোটাৰ ৰাইজৰ সৈতে মত-বিনিময় শব্দৰাম ৰাভাৰ
author img

By

Published : Apr 8, 2019, 9:10 PM IST

কোকৰাঝাৰ,8 এপ্ৰিল : কোকৰাঝাৰ লোকসভা সমষ্টিৰ গোসাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দৰাম ৰাভা ৷ গোসাইগাঁৱত ভোটাৰ ৰাইজৰ সৈতে মত-বিনিময় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ৷ উৎফুল্লিত ভোটাৰ তথা কংগ্ৰেছ কর্মী ৷

তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত এতিয়া নিৰ্বাচনী প্ৰচাৰ । নিদ্ৰাহীন হৈ পৰিছে দলৰ নেতা, কর্মী তথা প্ৰাৰ্থী । ভোটাৰৰ পদূলিয়ে-পদূলিয়ে এতিয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শব্দৰাম ৰাভা ।

গোসাইগাঁৱত ভোটাৰ ৰাইজৰ সৈতে মত-বিনিময় শব্দৰাম ৰাভাৰ

আজি কোকৰাঝাৰ লোকসভা সমষ্টি তথা গোসাইগাঁও বিধানসভা সমষ্টিৰ অতিকৈ পিছপৰা তথা অনুন্নত বৃহত্তৰ গোসাইগাঁৱৰ তামাৰহাট, কামানদান্গা হাতীধুৰা, শ্ৰীৰামপুৰ, শিমূলটাপু , ভোমৰাবিল, ভাউৰাগুৰী তথা তুলসিবীল অঞ্চলত উপস্থিত হয় কংগ্ৰেছৰ প্ৰাৰ্থী শব্দৰাম ৰাভা । কোনো ধৰণৰ জনসভা অনুষ্ঠিত নকৰি পদব্ৰজে ভোটাৰৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা মাগিছে প্ৰাৰ্থীগৰাকীয়ে ৷ এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত সাধাৰণ ভোটাৰ ৰাইজৰ খা-খবৰ লোৱাৰ লগতে বিভিন্ন দিশত মত- বিনিময় কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ তাৰোপৰি কংগ্ৰেছৰ জেষ্ঠ নেতা-কৰ্মীক সাক্ষাৎ কৰি উপদেশ আৰু পৰামৰ্শও লয় শব্দৰাম ৰাভাই । প্ৰাৰ্থীগৰাকীৰ এনে অভিনৱ নিৰ্বাচনী প্ৰচাৰে ৰাইজৰ মাজত ব্যাপক সমাদৰ লাভ কৰাৰ লগতে উৎফুল্লিত হৈ পৰে কংগ্ৰেছ প্ৰিয় ভোটাৰ ৰাইজ । বিগত সময়চোৱাত উন্নয়নে ঢুকি নোপোৱা বৃহত্তৰ গোসাইগাঁও অঞ্চলৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি সাধাৰণ ৰাইজৰ লগত বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে ।

 কোকৰাঝাৰ লোক সভা সমষ্টিৰ গোসাইগাৱত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দৰাম ৰাভা :ভোটাৰ ৰাইজৰ সৈতে মতবিনিময় : উৎফুল্লিত ভোটাৰ - কংগ্ৰেছ কর্মী : 

SLUG_A_KOJ_8APRIL_SABDA RAVA_806_809_KANAK

Anchore. :-  তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হবলগীয়া লোক সভা নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপি আহিছে যিমানে তুংগত হৈছে নিৰ্বাচনী প্ৰচাৰ। নিদ্ৰাহীন হৈ পৰিছে দলৰ নেতা, কর্মী, প্ৰাৰ্থী। ভোটাৰৰ  পদূলিয়ে পদূলিয়ে কোকৰাঝাৰ লোক সভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শব্দৰাম ৰাভা। চাওঁক এক প্ৰতিবেদন ।

S /O :-  কোকৰাঝাৰ লোক সভা সমষ্টিৰ তথা গোসাঁইগাঁও বিধান সভা সমষ্টিৰ অতিকৈ পিছপৰা তথা অনুন্নত বৃহত্তৰ গোসাইগাঁৱৰ তামাৰহাট, কামানদান্গা, হাতীধুৰা, শ্ৰীৰামপুৰ, শিমূলটাপু , ভোমৰাবিল, ভাউৰাগুৰী তথা তুলসিবীল অঞ্চলত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দৰাম ৰাভা । প্ৰাৰ্থী গৰাকী কোনো জনসভা নকৰি পদব্ৰজে ভোটাৰৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা মাগিছে। এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত সাধাৰণ ভোটাৰ ৰাইজৰ খা খবৰ লোৱাৰ লগতে বিভিন্ন দিশত মত বিনিময় কৰিছে। ইয়াৰোপৰি কংগ্ৰেছৰ জেষ্ঠ নেতা কৰ্মীক সাক্ষাৎ কৰি উপদেশ আৰু পৰামৰ্শ লৈছে। প্ৰাৰ্থী গৰাকীৰ এনে অভিনৱ নিৰ্বাচনী প্ৰচাৰ ৰাইজৰ মাজত ব্যাপক সমাদৰ লাভ কৰাৰ লগতে কংগ্ৰেছ প্রিয় ভোটাৰ ৰাইজ উৎফুল্লিত হৈ পৰে। বিগত সময় চোৱাত উন্নয়নে ঢুকি নোপোৱা বৃহত্তৰ গোসাইগাঁৱ অঞ্চলৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে সাধাৰণ ৰাইজৰ লগত। উল্লেখ যে বিগত পাঁচ বছৰত সাংসদ নৱ শৰণীয়াই ৰাজত্ব কৰিছিল যদিও  উন্নয়নৰ ওপৰত তিল মানো গুৰুত্ব নিদিয়াত সাধাৰণ ভোটাৰ কংগ্ৰেছ মুখী হৈছে।

Byte :-  শব্দৰাম ৰাভা, প্ৰাৰ্থী, কংগ্ৰেছ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.