ETV Bharat / state

বিহাৰৰ অপহৃত ছাত্ৰক গোসাইগাৱঁত উদ্ধাৰ - ETV BHARAT

বিহাৰৰ পুনিয়া জিলাৰ ১২ বছৰীয়া ছাত্ৰটোক উদ্ধাৰ কৰে এজন অটোচালকে ৷

বিহাৰৰ অপহৃত ছাত্ৰক গোসাইগাৱঁত উদ্ধাৰ
author img

By

Published : Jul 21, 2019, 3:09 AM IST

গোসাঁইগাঁও,21 জুলাই: গোসাঁইগাঁৱৰ জয়মাতুত বিহাৰৰ অপহৃত ছাত্ৰক উদ্ধাৰ৷ ১২ বছৰীয়া ছাত্ৰটোক গোসাঁইগাঁৱৰ জয়মাতু উদ্ধাৰ কৰা হয় ৷ ছাত্ৰজন বিহাৰৰ পুনিয়া জিলাৰ বেছি গাঁৱৰ মহম্মদ তচলিম আলমৰ পুত্ৰ৷ অপহৃত ছাত্ৰ জনৰ নাম মহম্মদ মজদম আলম৷ ছাত্ৰজন মাদ্ৰাছাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল৷ উল্লেখ্য যে শুকুৰবাৰে পুৱা মাদ্ৰাছাত গৈ থকা অৱস্থাত বাটৰ পৰা বলপূৰ্বকভাৱে উঠাই নিয়ে আৰু তাৰপাছত ছাত্ৰজনক ৰেলযোগে গোসাঁইগাঁৱত লৈ আহে৷ গোসাঁইগাঁৱৰ পৰা অটোযোগে জয়মাতু লৈ নি থকা অৱস্থাত ছাত্ৰ জনজন চিঞৰ বাখৰ কৰে৷ উপায়হীন হৈ অপহৰণৰ লগত জড়িত লোকজনে ছাত্ৰজনক মাৰপিট কৰি এৰি দিয়ে ৷ অৱশেষত এজন অটো চালকে অপহৃত ছাত্ৰজনক উদ্ধাৰ কৰে৷

Intro:Gossaigaon Breaking :--
👍 বিহাৰৰ ১২ বছৰীয়া ছাত্ৰক অপহৰণ ::
👍 গোসাঁইগাঁৱৰ জয়মাত উদ্ধাৰ অপহৃত ছাত্ৰ ::
👍 ছাত্ৰজন বিহাৰৰ পুনিয়া জিলাৰ বেছি গাঁৱৰ মহম্মদ তচলিম আলমৰ পুত্ৰ ::
👍 অপহৃত ছাত্ৰ জনৰ নাম মহম্মদ মজদম আলম ::
👍 ছাত্ৰজন মাদ্ৰাছাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল ::
👍 যোৱা কালি পুৱা মাদ্ৰাছাত গৈ থকা অৱস্থাত বাটৰ পৰা বলপূৰ্বকভাৱে উঠাই নিয়ে ::
👍 ছাত্ৰজনক ৰেলযোগে গোসাঁইগাঁৱত লৈ আহে ::
Body:
👍 গোসাঁইগাঁৱৰ পৰা অটোযোগে জয়মা লৈ নি থকা অৱস্থাত ছাত্ৰ জনজন চিঞৰ বাখৰ কৰে ::
👍 উপায়হীন হৈ অপহৰণৰ লগত জড়িত লোকজন ছাত্ৰজনক মাৰপীঠ কৰি এৰি দি যায়::

Conclusion:
👍 এজন অটো চালকে অপহৃত ছাত্ৰজনক উদ্ধাৰ কৰে ::
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.