ETV Bharat / state

কদৰ্যময় পৰিৱেশ! কৰিমগঞ্জৰ শ্ৰীগৌৰী হাস্পতালত নাই চিকিৎসক, ৰোগীৰ হাহাকাৰ - srigouri hospital

কৰিমগঞ্জৰ শ্ৰীগৌৰী হাস্পতালত ৰোগীৰ হাহাকাৰ পৰিস্থিতি ৷ ঔষধ-খোৱাপানীৰ অভাৱ, নাই প্ৰসাৱগাৰ, দুৰ্ভোগ ভুগিছে ৰোগীয়ে ৷ অতি শীঘ্ৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান বিভিন্ন দল সংগঠনৰ ৷

কৰিমগঞ্জৰ শ্ৰীগৌৰি হাস্পতালত ৰোগীৰ হাহাকাৰ পৰিস্থিতি
author img

By

Published : Sep 21, 2019, 11:46 AM IST

Updated : Sep 21, 2019, 12:14 PM IST

কৰিমগঞ্জ, 21 ছেপ্তেম্বৰঃ কৰিমগঞ্জৰ শ্ৰীগৌৰী হাস্পতালত ৰোগীৰ হাহাকাৰ পৰিস্থিতি ৷ নাই খোৱা পানী, নাই চিকিৎসক ৷ তদুপৰি প্ৰস্ৰাৱগাৰো ব্যৱহাৰ কৰিব নোৱাৰে ৰোগীয়ে।

কৰিমগঞ্জৰ শ্ৰীগৌৰি হাস্পতালত ৰোগীৰ হাহাকাৰ পৰিস্থিতি

কৰিমগঞ্জৰ শ্ৰীগৌৰী হাস্পতাল খনেই হৈছে জিলা খনৰ চিকিৎসাৰ ভৰষা সাধাৰণ ৰাইজৰ ৷ কিন্তু চিকিৎসালয় খনত ৰোগী সকলৰ বাবে নাই এতিয়া কোনো সা-সুবিধা ৷ তাৰোপৰি চিকিৎসালয়খনত নাই চিকিৎসক ৷ আনহাতে চিকিৎসালয় খনত এতিয়া চাৰিওফালে কদৰ্য ৰূপ ৷ খোৱা পানীৰ সুবিধা নাই, ঔষধ নাই আনকি শৌচ-পেচাব কৰিবলৈ কোনো ধৰণৰ সা-সুবিধা নাই ৷এক কদৰ্যময় পৰিৱেশত দিন কটাইছে ৰোগীয়ে। এতিয়া দুৰ-দুৰণিৰ পৰা অহা ৰোগী সকলে চিকিৎসালয়খনত কোনো ধৰণৰ সা-সুবিধা নোপোৱাত হাহাকাৰ কৰি উভতি যাবলগীয়া হোৱা ঘটনাই, চিন্তনীয় কৰি তুলিছে সচেতন মহলত ৷ অতি শীঘ্ৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৱদৰপুৰ হিউমেন উয়েল ফেয়াৰ অৰ্গেনাইজেছনৰ কৰ্মী সকলৰ লগতে বিভিন্ন দল সংগঠনে ৷

Intro:কৰিমগঞ্জৰ শ্রীগৌৰী হাসপাতালৰ বেহাল
আন্তগাতনি দেখি ক্ষোভ সংগঠনৰBody:বদৰপুৰ: - চিকিৎসা কৰিবলৈ আহি শ্ৰীগৌৰি হাসপাতালত ৰোগী সকলয়ে কি সুবিধা পায় কি না পায় এই প্ৰতিবেদন দেখিলে আপোনালোকে অনুভৱ কৰিব পাৰিব । শ্ৰীগৌৰি হাসপাতালৰ আন্তঃগাঁথনি দেখি চোখ কপালত উঠিল সংগঠনৰ কৰ্মকৰ্তা বিলাকৰ ।শ্ৰীগৌৰি হাসপাতালৰ আন্তঃগাঁথনি নানা ধৰণৰ অভিযোগ শুনি আজি ৰাতি ৱদৰপুৰ হিউমেন উয়েল ফেয়াৰ অৰ্গেনাইজেছনৰ কৰ্মি সকলয়ে আচমকা হানা দিলে হাসপাতালত । ৰোগীৰ নানা অভিযোগ শুনিলে নাই খোয়া পানী নাই ঔষধ পত্ৰ, নাই বিছনা চাদৰ, নাই এম বি এচ ডাক্তৰ, নাই জেনাৰেটৰ ,সচ্চ ভাৰতৰ নাম গণ নাই এনে অবস্থাত চলিয়াছে শ্ৰীগৌৰি হাসপাতালখন । সংগঠনৰ কৰ্মকৰ্তা বিলাকে হাসপাতালৰ ইনচাৰ্জৰ লগতে এইবোৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ আৰু ওহা 23 অক্টোবৰ কৰিমগঞ্জৰ হাসপাতালত আহিব স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাত এই হাসপাতালৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে দাৱী জনাব সংগঠনে ।
স্বপ্নজিৎ নাথ বদৰপুৰ ইটিভি ভাৰত অসমConclusion:এই প্ৰতিবেদন দেখি চৰকাৰে কি ব্যবস্থা গ্রহণ কৰিব সেয়ে লক্ষ্যণীয়
Last Updated : Sep 21, 2019, 12:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.