ETV Bharat / state

শিলচৰত তীব্ৰতৰ এন পি পিৰ প্ৰচাৰ - NPP

এনপিপি প্ৰাৰ্থী নাজিয়া ইয়াসমিন মজুমদাৰক জয়ী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত জ্যেষ্ঠ নাগৰিকৰ বৈঠক ৷ বৈঠকত প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মিসবাউল ইসলাম লস্কৰ, প্ৰাক্তন বিধায়ক আনোৱাৰ হোসেন লস্কৰ আদিক ধৰি  কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

শিলচৰত কংগ্ৰেছ-বিজেপিৰ বিৰুদ্ধে এনপিপি প্ৰাৰ্থীৰ ঘৰত বৈঠক জেষ্ঠ নাগৰিকৰ
author img

By

Published : Mar 23, 2019, 5:30 PM IST

শিলচৰ, 23 মাৰ্চঃ শিলচৰত এনপিপি প্ৰাৰ্থী নাজিয়া ইয়াছমিন মজুমদাৰ বিজয়ী কৰাৰ লক্ষ্যৰে জ্যেষ্ঠ নাগৰিকৰ বৈঠক । বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কংগ্ৰেছ-বিজেপিৰ বিৰুদ্ধে নাজিয়াক বিজয়ী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাত।

শিলচৰত কংগ্ৰেছ-বিজেপিৰ বিৰুদ্ধে এনপিপি প্ৰাৰ্থীৰ ঘৰত বৈঠক জেষ্ঠ নাগৰিকৰ

বৈঠকত প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মিসবাউল ইসলাম লস্কৰ, প্ৰাক্তন বিধায়ক আনোৱাৰ হোসেন লস্কৰ আদিক ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নাজিয়াক প্ৰাৰ্থিত্ব হিচাপে পোৱাত দলৰ বহু কৰ্মীয়ে উৎসাহিত হোৱা বুলি মন্তব্য কৰে ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাদ সাংমাৰ NDA জোটৰ সৰিক নেচনেল পিপলচ পাৰ্টি শিলচৰ লোকসভা সমষ্টিত এটা সময়ৰ সাংসদ সুস্মিতা দেবৰ ঘনিষ্ট  প্ৰাক্তন কংগ্ৰেছ নেত্ৰী নাজিয়া ইয়াসমিন মজুমদাৰক টিকট দিছে....আজি শিলচৰ সোনাই ৰোডত নাজিয়াৰ ঘৰত কাছাড়ৰ জৈষ্ট্য মুসলিম নেতৃত্ব আৰু বহু বিশিষ্ট ব্যক্তি মিলি এখন সভাত কংগ্ৰেছ-বিজেপির বিৰুদ্ধে এনপিপি প্ৰাৰ্থী নাজিয়াক বিজয়ী কৰাৰ সিদ্ধান্ত লয়...বৈঠকত প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মিসবাউল ইসলাম লস্কৰ, প্ৰাক্তন বিধায়ক আনোৱাৰ হোসেন লস্কৰ আদিক ধৰি বহু গন্যমান্য ব্যক্তি উপস্থিত আছিল....নাজিয়াক প্ৰাৰ্থী কৰা আৰু বহু বিশিষ্ট মুসলিম নেতৃত্বৰ সমৰ্তনৰ ফলত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেবৰ মুসলিম ভোট বিভক্ত হৈ পড়িব বুলি ধাৰনা কৰা হৈছে...নাজিয়া কংগ্রেছ~বিজেপিৰ বিৰুদ্ধে ঝুজ দিব বুলি কৈছে....বাইট মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাদ সাংমাৰ NDA জোটৰ সৰিক নেচনেল পিপলচ পাৰ্টি শিলচৰ লোকসভা সমষ্টিত এটা সময়ৰ সাংসদ সুস্মিতা দেবৰ ঘনিষ্ট  প্ৰাক্তন কংগ্ৰেছ নেত্ৰী নাজিয়া ইয়াসমিন মজুমদাৰক টিকট দিছে....আজি শিলচৰ সোনাই ৰোডত নাজিয়াৰ ঘৰত কাছাড়ৰ জৈষ্ট্য মুসলিম নেতৃত্ব আৰু বহু বিশিষ্ট ব্যক্তি মিলি এখন সভাত কংগ্ৰেছ-বিজেপির বিৰুদ্ধে এনপিপি প্ৰাৰ্থী নাজিয়াক বিজয়ী কৰাৰ সিদ্ধান্ত লয়...বৈঠকত প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মিসবাউল ইসলাম লস্কৰ, প্ৰাক্তন বিধায়ক আনোৱাৰ হোসেন লস্কৰ আদিক ধৰি বহু গন্যমান্য ব্যক্তি উপস্থিত আছিল....নাজিয়াক প্ৰাৰ্থী কৰা আৰু বহু বিশিষ্ট মুসলিম নেতৃত্বৰ সমৰ্তনৰ ফলত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেবৰ মুসলিম ভোট বিভক্ত হৈ পড়িব বুলি ধাৰনা কৰা হৈছে...নাজিয়া কংগ্রেছ~বিজেপিৰ বিৰুদ্ধে ঝুজ দিব বুলি কৈছে....বাইট Silchar NPP 6
Footage ftp 
Slug Silchar NPP 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.