ৰাজনৈতিক প্ৰচাৰত এজন নেতাই আনজন নেতাক গালি পাৰাটো যেন একপ্ৰকাৰ নিয়মত পৰিণত হৈছে । পুনৰ এ আই ইউ ডি এফ দলৰ দলপতি বদৰুদ্দিন আজমলে কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুল্লাগঞ্জ বজাৰত জনসভাত হিমন্ত বিশ্ব শৰ্মাক অশ্লীল ভাষাৰে সমালোচনা কৰে ৷ আনকি হিমন্তক আক্ৰমণ কৰিবলৈ গৈ সীমা চেৰাই যায় আজমলে। জনসভাত হিমন্ত বিশ্ব শৰ্মাক এজন বলদ বুলি মন্তব্য কৰে। কেৱল ইমানেই নহয়, হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেবাটাও অশ্লীল শব্দ প্ৰয়োগ কৰে ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যৰ ৰাজনৈতিক মহলত ৷
নিৰ্বাচনী সভাত অশ্লীল মন্তব্য বদৰুদ্দিন আজমলৰ - etv assam
কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ জনসভাত হিমন্ত বিশ্ব শৰ্মাক অশ্লীল শব্দৰে আক্ৰমণ এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলৰ
ৰাজনৈতিক প্ৰচাৰত এজন নেতাই আনজন নেতাক গালি পাৰাটো যেন একপ্ৰকাৰ নিয়মত পৰিণত হৈছে । পুনৰ এ আই ইউ ডি এফ দলৰ দলপতি বদৰুদ্দিন আজমলে কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুল্লাগঞ্জ বজাৰত জনসভাত হিমন্ত বিশ্ব শৰ্মাক অশ্লীল ভাষাৰে সমালোচনা কৰে ৷ আনকি হিমন্তক আক্ৰমণ কৰিবলৈ গৈ সীমা চেৰাই যায় আজমলে। জনসভাত হিমন্ত বিশ্ব শৰ্মাক এজন বলদ বুলি মন্তব্য কৰে। কেৱল ইমানেই নহয়, হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেবাটাও অশ্লীল শব্দ প্ৰয়োগ কৰে ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যৰ ৰাজনৈতিক মহলত ৷
ৰাজনৈতিক প্ৰচাৰত এজন নেতাই আনজন নেতাক গালি পাৰাটো যেন একপ্ৰকাৰ ফেছন হৈ পৰিছে । এইবাৰ এআইইউডিএফ দলৰ দলপতি বদৰ উদ্দিন আজমলে সীমা চেৰালে গালি পাৰাৰ । যোৱা কালি কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল বদৰ উদ্দিন আজমল । নিশাৰ ভাগত দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুল্লাগঞ্জ বজাৰত জনসভাত অংশ লৈ আজমলৰ আক্ৰমণৰ লক্ষ্য আছিল হিমন্ত বিশ্ব শৰ্মা । আনকি হিমন্তক আক্ৰমন কৰিব গৈ সীমা চেৰালে আজমলে । কলে হিমন্ত এজন বলদ । আনকি হিমন্তক বলদৰ বলদ বুলি কৈ ক'লে নাজায়েছৰ আওলাদ । প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসকো শিকালে মুছলিম মন্ত্ৰ । পিছে সাংবাদিকৰ প্ৰশ্নত গালি পৰা প্ৰশংগত কলে তেওঁ হেনো কোনো গালি দিয়াহে নাই । কিন্তু ইয়াৰ বদৰ উদ্দিনৰ গালি পৰা অংশ বন্দী হৈছিল কেমেৰা ত .......
Amirul Alom siddiquey South karimganj Body:NaConclusion:Slug: Badar Uddin used slang
ৰাজনৈতিক প্ৰচাৰত এজন নেতাই আনজন নেতাক গালি পাৰাটো যেন একপ্ৰকাৰ ফেছন হৈ পৰিছে । এইবাৰ এআইইউডিএফ দলৰ দলপতি বদৰ উদ্দিন আজমলে সীমা চেৰালে গালি পাৰাৰ । যোৱা কালি কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল বদৰ উদ্দিন আজমল । নিশাৰ ভাগত দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুল্লাগঞ্জ বজাৰত জনসভাত অংশ লৈ আজমলৰ আক্ৰমণৰ লক্ষ্য আছিল হিমন্ত বিশ্ব শৰ্মা । আনকি হিমন্তক আক্ৰমন কৰিব গৈ সীমা চেৰালে আজমলে । কলে হিমন্ত এজন বলদ । আনকি হিমন্তক বলদৰ বলদ বুলি কৈ ক'লে নাজায়েছৰ আওলাদ । প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসকো শিকালে মুছলিম মন্ত্ৰ । পিছে সাংবাদিকৰ প্ৰশ্নত গালি পৰা প্ৰশংগত কলে তেওঁ হেনো কোনো গালি দিয়াহে নাই । কিন্তু ইয়াৰ বদৰ উদ্দিনৰ গালি পৰা অংশ বন্দী হৈছিল কেমেৰা ত .......
Amirul Alom siddiquey South karimganj