ETV Bharat / state

অংগনবাড়ী কৰ্মীয়ে শিশুৰ খাদ্য আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ

অংগনবাড়ী কৰ্মী আৰু নিৰীক্ষকে খাদ্য খামগ্ৰী আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে । ৩-৬ বছৰীয়া শিশুৰ নিৰীক্ষকে খাদ্য খামগ্ৰী আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

অংগনবাড়ী কৰ্মীয়ে শিশুৰ খাদ্য আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ
অংগনবাড়ী কৰ্মীয়ে শিশুৰ খাদ্য আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ
author img

By

Published : Nov 2, 2020, 2:30 PM IST

কৰিমগঞ্জ , 2 নৱেম্বৰ : ৩-৬ বছৰৰ শিশুক অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ জৰিয়তে বিতৰণ কৰিবলৈ দিয়া খাদ্য সামগ্ৰীৰ বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । অংগনবাড়ী কৰ্মী আৰু নিৰীক্ষকে খাদ্য খামগ্ৰী আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

অংগনবাড়ী কৰ্মীয়ে শিশুৰ খাদ্য আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ
অংগনবাড়ী কৰ্মীয়ে শিশুৰ খাদ্য আত্মসাতৰ চেষ্টা চলোৱাৰ অভিযোগ
পাথাৰকা‌ন্দি শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা বিনদীনি জিপিৰ 213 নং কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ । তেওঁ লোকৰ অভিযোগ অনুসৰি আন আন কেন্দ্ৰ সমূহত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বিপৰীতে এই কেন্দ্ৰত দীর্ঘদিন ধৰি কোনো খাদ্য সামগ্ৰী বিতৰণ কৰা হোৱা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । এই ক্ষেত্ৰত কেন্দ্ৰটোৰ কৰ্মী নিৰীক্ষকৰ সহযোগত এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ তুলি বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰি দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক : অসমতেই আছে 1 কোটি টকীয়া এটা বিশেষ টি ভি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.