কৰিমগঞ্জ,30জুনঃ
- ২৪ঘণ্টাত কৰিমগঞ্জত তিনিটাকৈ পথ দুৰ্ঘটনা, থিতাতে প্ৰান গ'ল পাঁচজনকৈ লোকৰ
- শনিবাৰে ২ টা দুৰ্ঘটনা হোৱাৰ পাচত তৃতীয়টো পথ দুৰ্ঘটনা সংঘটিত হয় কৰিমগঞ্জৰ লামাজুৱাৰত
- দেওবাৰ দুপৰীয়া হোৱা দুৰ্ঘটনাত থিতাতে নিহত হয় এজন অটোচালক
- নিহত অটোচালকজনৰ নাম আনোৱাৰ হুছেইন
- কৰিমগঞ্জ -বদৰপুৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক-অটোৰ সংঘৰ্ষৰ ফলতে সৃষ্টি হয় দুৰ্ঘটনাটোকৰিমগঞ্জত ২৪ ঘণ্টাত 3 টাকৈ পথ দুৰ্ঘটনা, নিহত 5