ETV Bharat / state

মিৰ্জাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

author img

By

Published : May 26, 2019, 5:00 PM IST

অসম নিৰ্যাতিতা মহিলা মঞ্চ "সাহসী"ৰ উদ্যোগত আৰু কামৰূপ জিলা "সাহসী" কমিটিৰ সহযোগত দক্ষিণ কামৰূপৰ বহু কেইগৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনাই উদ্যোগতাসকলে

মিৰ্জাত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

কামৰূপ, ২৫ মে': হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলোক প্ৰেৰণা দিয়াৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান । অসম নিৰ্যাতিতা মহিলা মঞ্চ "সাহসী"ৰ উদ্যোগত আৰু কামৰূপ জিলা "সাহসী" কমিটিৰ সহযোগত দক্ষিণ কামৰূপৰ বহু কেইগৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনাই উদ্যোগতাসকলে । মিৰ্জাৰ তিনিআলিত অনুস্থিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম নিৰ্যাতিতা মহিলা মঞ্চ "সাহসী"ৰ সভানেত্ৰী তৃষ্ণা নাথ, আৰক্ষী বিষয়া,স্থানীয় ব্যক্তিৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি ।

Slug:-As_Kam_26may_student_felicitation_801-802_vis+bite+photo_as10020

মিৰ্জাত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ।

Ocvo..ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষ্যাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলোক প্ৰেৰণা দিয়াৰ লক্ষ্যৰে অসম নিৰ্যাতিতা মহিলা মঞ্চ "সাহসী"ৰ উদ্যোগত আৰু কামৰূপ জিলা "সাহসী" কমিটিৰ সহযোগত দক্ষিণ কামৰূপৰ কৃতি বিভিন্ন শিক্ষাৰ্থী সকলোক এখন সম্বৰ্ধনা অনুস্থান অনুস্থিত কৰা হয় । মিৰ্জাৰ তিনিআলিত অনুস্থিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম নিৰ্যাতিতা মহিলা মঞ্চ "সাহসী"ৰ সভানেত্ৰী তৃষ্ণা নাথ,বিশিষ্ট আৰক্ষী বিষয়া,স্থানীয় ব্যক্তিৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি ।

Bite. 

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.