ETV Bharat / state

আজাৰা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক ব্যৱসায়ী - গাঞ্জাসহ আটক ব্যৱসায়ী

আজাৰা আৰক্ষী থানা আৰু বৰঝাৰ আৰক্ষী চকীৰ যৌথ অভিযানত ধাৰাপুৰৰ SOS ৰ'ডৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ লগতে গাঞ্জাসহ আটক চাৰিজনকৈ ব্যৱসায়ী

আজাৰা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক ব্যৱসায়ী
author img

By

Published : May 29, 2019, 6:45 PM IST

কামৰূপ, 29 মে': ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰ ৰম্যভূমিত পৰিণত হৈছে মহানগৰীৰ লগতে দাঁতিকাষৰীয়া অঞ্চল সমূহ। বুধবাৰে আজাৰা আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক হয় দুই ব্যৱসায়ী ৷ ইপিনে মহানগৰীৰ ধাৰাপুৰৰ SOS ৰ'ডত মঙলবাৰে আটক হয় দুই ড্ৰাগছ ব্যৱসায়ী। আজাৰা আৰক্ষী থানা আৰু বৰঝাৰ আৰক্ষী চকীৰ যৌথ অভিযানত ধাৰাপুৰৰ SOS ৰ'ডৰ পৰা জব্দ কৰে এক গ্ৰাম ড্ৰাগছ, আটক কৰা হয় গাঞ্জাসহ দুই ব্যৱসায়ী । লগতে দুয়োজন ব্যৱসায়ীৰ পৰা উদ্ধাৰ কৰে তিনিটা মোবাইল আৰু নগদ ধন। বৰ্তমান আজাৰা আৰক্ষীৰ জিম্মাত আছে চাৰিজনকৈ ড্ৰাগছ তথা গাঞ্জা ব্যৱসায়ী ৷

আজাৰা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক ব্যৱসায়ী

মঙলবাৰে পৰাগমণি নাথ আৰু বিকাশ মেধীক আটক কৰাৰ বিপৰীতে বুধবাৰে ৰহিম আলি আৰু ৰিজু আলি নামৰ ব্যৱসায়ী দুজনক আটক কৰি চাৰিওজনৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ । আটকাধীন চাৰিজনকে বুধবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে আজাৰা আৰক্ষীয়ে। লগতে অনাগত দিনটো আজাৰা আৰক্ষীৰ নিৰ্দেশত এই অভিযান চলি থাকিব বুলি জনাই আজাৰা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক দত্তই।

আৰু পঢ়কঃ অৰ্থৰ অভাৱত থমকিছে দুই সম্ভাৱনা

 Slug:-As_kam_29may_ganja&drugs_recover_801-802_vis+bite+Photo_as10020

মহানগৰীত এতিয়া ড্ৰাগছ গাঞ্জাৰ ৰমৰমীয়া বেহা । আজাৰা আৰক্ষীৰ জালত ৪জনকৈ লোক ।

Vo..ড্ৰাগছৰ ৰম্যভুমিত পৰিনত হৈছে মহানগৰীৰ লগতে দাতিকাষৰীয়া অঞ্চল সমুহ । যোৱাকালি ধাৰাপুৰৰ SOS ৰোডৰ পৰা আটক হ'ল ২ ড্ৰাগছ ব্যৱসায়ী । আজাৰা আৰক্ষী থানা আৰু বৰঝাৰ আৰক্ষী চকীৰ যৌথ অভিযানত ধাৰাপুৰৰ SOSৰোডৰ পৰা আটক হৈছিল ১ গ্ৰাম ড্ৰাগছ,গাঞ্জাসহ ২ ড্ৰাগছ ব্যৱসায়ী । আজিও আজাৰা আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ সাফল্য লাভ কৰিলে আজাৰা আৰক্ষীয়ে । বৃহৎ পৰিমানৰ গাঞ্জাসহ পুনৰ আটক হ'ল ২ ব্যৱসায়ী । বৰ্তমান ৪জন লোক আজাৰা আৰক্ষীৰ জিন্মাত । যোৱাকালি পৰাগমনি নাথ নামৰ যুৱকজনক ভি আই ভি যোগীপাৰা পৰা আৰু বিকাশ মেধী নামৰ যুৱকজনক চৌকৰ্দৈৰ পৰা আটক কৰিছিল আজাৰা বিকাশ মেধী । লগতে দুয়োজন ব্যৱসায়ীৰ পৰা উদ্ধাৰ কৰিছিল ৩টা মোবাইল,নগত ধন । আজিও আজাৰাৰ ভিন্ন ঠাইৰ পৰা বৰপেটাৰ নিবাসী ৰহিম আলি আৰু গাড়ীগাওৰ নিবাসী ৰিজু আলি নামৰ ব্যৱসায়ী ২জনক আটক কৰি ২জনৰ বিৰুদ্ধে ৰুজু কৰে গোচৰো । আটকাধিন ৪জনকে আজি জেল হাজোতলৈ প্ৰেৰন কৰে আজাৰা আৰক্ষীয়ে । লগতে আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক দত্তৰ নিৰ্দেশত চলা এই অভিযান অনাগত দিনটো এনেদৰে অভিযান চলি থাকিব বুলি জনায় আজাৰা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক দত্তই । 

Bite..OC

দক্ষিণ কামৰূপ/আজাৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.