ETV Bharat / state

P&RD নিযুক্তি সন্দৰ্ভত বিজেপি মুখপাত্ৰৰ সংবাদমেল

18 টা কেন্দ্ৰক বাদ দি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত " সম্পূৰ্ণ নিকা, স্বচ্ছ আৰু পাৰদৰ্শিতাৰ ভিত্তিত দিয়া হৈছে নিযুক্তি । সংবাদমেলত এই মন্তব্য বিজেপি মুখপাত্ৰ সুভাষ দত্তৰ

author img

By

Published : Mar 12, 2019, 9:34 PM IST

P&RD নিযুক্তি সন্দৰ্ভত বিজেপি মুখপাত্ৰৰ সংবাদমেল

গুৱাহাটী, ১২ মাৰ্চঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি সন্দৰ্ভত বিজেপি মুখপাত্ৰ সুভাষ দত্তৰ সংবাদ মেল । সংবাদমেলত মন্তব্য স্পৰ্শকাতৰ ১৮টা কেন্দ্ৰৰ বাদে সকলোতে " সম্পূৰ্ণ নিকা স্বচ্ছ আৰু পাৰদৰ্শিতাৰ ভিত্তিত দিয়া হৈছে নিযুক্ত" । এই ১৮ টা কেন্দ্ৰৰ ফলাফল সমূহ বৰ্তমান ন্যায়ালয়ৰ অধীনত আছে বুলি উল্লেখ কৰে দত্তই ।

বিজেপিৰ ২৯ লাখ কৰ্মকর্তা আছে তাৰে ভিতৰত যি সকলে P&RD বিভাগত নিযুক্তি পাইছে সেয়া প্ৰাৰ্থী সকলৰ মেধা শক্তি আৰু পাৰদৰ্শিতাৰ ভিত্তিত পাইছে বুলি মন্তব্য মুখপাত্ৰ গৰাকীৰ ।

একাংশ দল সংগঠন আৰু ৰাজনৈতিক দলে ৰাজনৈতিক মুনাফা আদায় কৰাৰ স্বাৰ্থত খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন কৰা বুলি কয় দত্তই ।উল্লেখ্য যে, সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উচ্চস্তৰীয় তদন্ত ঘোষণা কৰিছে । বৰ্তমানৰ চৰকাৰে দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে । যদি তদন্তত বিসংগতি ওলাই সেই সকল প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ বাতিল কৰা হ'ব বুলি মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে ।

Intro:পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি সন্দৰ্ভত বিজেপি মুখপাত্ৰ সুভাষ দত্তৰ সংবাদ মেল । সম্পূৰ্ণ নিকা স্বচ্ছ আৰু আৰু পাৰদৰ্শিতাৰ ভিত্তিত দিয়া হৈছে নিযুক্তি । মাননীয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰমে সকলোবোৰ কাম কাজ কৰা হৈছে । বিজেপিৰ ২৯ লাখ কৰ্মকর্তা আছে তাৰে ভিতৰ যি সকলে P&RD বিভাগত নিযুক্তি পাইছে সেয়া প্ৰাৰ্থী সকলৰ মেধা শক্তি আৰু পাৰদৰ্শিতাৰ ভিত্তিত পাইছে । একাংশ দল সংগঠ আৰু ৰাজনৈতিক দলে এই বিষয়ত ৰাজনীতি মুনাফা আদায় কৰিব বিচাৰিছে । সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী য়ে উচ্চ প্ৰত্যয়ৰ তদন্ত ঘোষণা কৰিছে । বৰ্তমানৰ চৰকাৰে দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে যদি তদন্তত বিসংগতি ওলাই সেই সকল প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ লগে লগে বাতিল হব বুলি মন্ত্যৱ মুখপাত্ৰ গৰাকীৰ।

Body:P&RD নিযুক্তি সন্দৰ্ভত বিজেপি মুখপাত্ৰ সুভাষ দত্ত

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.