ETV Bharat / state

অসমত উপস্থিত হ'লহি কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

author img

By

Published : Jun 13, 2020, 6:51 PM IST

বাঘজানৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে শনিবাৰে বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'লহি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু তীখা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৷ দেওবাৰে তিনিচুকীয়াৰ বাঘজান অভিমুখে ৰাওনা হ'ব মন্ত্ৰীগৰাকী ৷

As_kam_13june_801-803_dharmendra_pradhan_airport_vis+bite+photo_as10020

আজাৰা,13 জুনঃ বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'লহি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু তীখা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৷ বাঘজানৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে বুজ ল'বলৈ অসমলৈ আহে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ৷ শনিবাৰৰ নিশাটো গুৱাহাটীত কটাই দেওবাৰে তিনিচুকীয়াৰ বাঘজান অভিমুখে ৰাওনা হ'ব মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৷

অসমত উপস্থিত হ'লহি কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰিবলৈ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে আৰু সাংসদ তপন গগৈ ৷ ইতিমধ্যে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৃথকে পৃথকে কেইবাজনো বিদেশী বিশেষজ্ঞ আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে যদিও, বৰ্তমানলৈ নিয়ন্ত্ৰণত অহা নাই বাঘজানৰ পৰিস্থিতি ৷

লগতে পঢ়কঃ গুইজান হাইস্কুলৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰা আৰু সঞ্জয় কিষাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.