ETV Bharat / state

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য

বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ০৭ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ০৮ পইচাকৈ বৃদ্ধি পায়।

author img

By

Published : Feb 28, 2019, 10:43 AM IST

VSD

গুৱাহাটী,২৮ ফেব্ৰুৱাৰী: বিগত কিছু দিন ধৰি ধাৰাৱাহিক ভাৱে বৃদ্ধি পাই আহিছে পেট্ৰ'ল ডিজেলৰ মূল্য। বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৭ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৮ পইচাকৈ বৃদ্ধি পায়।

VIDEO

বুধবাৰে গুৱাহাটীত পেট্ৰ'ল ডিজেলৰ মূল্য অপৰিৱৰ্তিত থকাৰ পিচত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.২৬ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.৫২ টকা।

Intro:আজি পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য।

Body:গুৱাহাটীত আজি পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। গুৱাহাটীৰত আজি প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৭১.২৬ ( 71.26) টকা। ০৭ পইছাকৈ বৃদ্ধি পালে প্ৰট্ৰলৰ মূল্য। ৬৭.৫২ (67.52) টকাকৈ প্ৰতিলিটাৰ ডিজেলৰ দাম। ০৮ পইছাকৈ বৃদ্ধি পালে ডিজেলৰ মূল্য।

Byte

Conclusion:Asrar Ansari গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.