গুৱাহাটী, 30 জুন : দীপৰ বিলত অঘটন । মাছ মাৰিবলৈ গৈ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি আহত এজন লোক । দীপৰ বিলৰ মাজেৰে নাও চলাই গৈ থাকোতে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত নাওৰ বাঁহ লাগি যোৱাত বিদ্যুৎস্পৃষ্ট হয় লোকজন । স্থানীয়লোকে লোকজনক প্ৰত্যক্ষ কৰি লোকজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত পাৰলৈ লৈ অহা হয় । পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় লোকজনক । আহত লোকজনক কৃষ্ণ দাস বুলি জানিব পৰা গৈছে ৷
দীপৰ বিলত মাছ ধৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ আহত এজন - গুৱাহাটী
দীপৰ বিলত অঘটন । বিদ্যুৎস্পৃষ্ট হৈ আহত এজন ৷ অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ লোকজনক ৷
দীপৰ বিলত অঘটন
গুৱাহাটী, 30 জুন : দীপৰ বিলত অঘটন । মাছ মাৰিবলৈ গৈ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি আহত এজন লোক । দীপৰ বিলৰ মাজেৰে নাও চলাই গৈ থাকোতে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত নাওৰ বাঁহ লাগি যোৱাত বিদ্যুৎস্পৃষ্ট হয় লোকজন । স্থানীয়লোকে লোকজনক প্ৰত্যক্ষ কৰি লোকজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত পাৰলৈ লৈ অহা হয় । পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় লোকজনক । আহত লোকজনক কৃষ্ণ দাস বুলি জানিব পৰা গৈছে ৷
Intro:দ্বীপৰ বিলত অঘটন ! মাছ মাৰিবলৈ গৈ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী টাৰত বিদ্যুৎস্পৃষ্ট হৈ আহত এজন লোক ।Body:Ocvo..দ্বীপৰ বিলত অঘটন । মাছ মাৰিবলৈ গৈ কৃষ্ণ দাস নামৰ লোক এজন উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী টাৰত বিদ্যুৎস্পৃষ্ট হৈ আহত এজন লোক । দ্বীপৰ বিলৰ মাজেৰে নাও চলাই গৈ থাকোতে উচ্চ ক্ষমতাৰ তাৰত নাওৰ বাহ লাগি যোৱাত বিদ্যুৎস্পৃষ্ট হয় লোকজন । স্থানীয়লোকে লোকজনক প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰি পাৰলৈ অতি সংকটজনক অৱস্থাত লৈ আহে । পিছত স্থানীয়লোকৰ সহযোগতে ১০৮ৰ সহযোগত অতিসংকটজনকভাৱে GMCHলৈ প্ৰেৰন কৰে । স্থানীয় লোকে জনোৱা ম'তে যদিহে এই উচ্চক্ষমতাসম্পন্ন বিদ্যুৎৰ টাৰ বেলেগ ঠাইৰে লৈ নাযায় তেন্তে পুনৰ এই ঘটনা সংঘটিত হ'ব বুলি জনায় । Conclusion:স্থানীয় ৰাইজৰ দাবী এইসকলোবোৰ টাৰ পাহাৰৰ ওপৰৰে লৈ যোৱাৰ দাবী জনাই ।
Bite1..স্থানীয় লোক
Bite2..স্থানীয় লোক
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
Bite1..স্থানীয় লোক
Bite2..স্থানীয় লোক
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam