গুৱাহাটী,4এপ্ৰিল: গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় লাজুকি-লাজুকি নামৰ এটা দৃশ্য শ্ৰব্যগীত । দিবাংগ শিল্পী বাবু বৰুৱা আৰু মনিকা দাসে কন্ঠ নিগৰুৱা গীতটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে জনপ্ৰিয় শিল্পী ভিতালী দাস আৰু জে পি দাসে । চন্দন কলিতাই লিখি উলিওৱা আৰু শ্বেখৰ গোস্বামীয়ে পৰিচালনা কৰা গীতটোৱে শ্ৰোতাৰ মন জয় কৰিব বুলি আশাবাদী সকলো । গুৱাহাটী গান্ধী নগৰ স্কুলৰ গানৰ শিক্ষয়িত্ৰী মনিকা দাসৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লয় । গীতটি মুকলি কৰি গায়িকা ভিতালী দাসে কয় যে দিব্যাংগ শিল্পী সকলে লোৱা এই প্ৰচেষ্টা নিসন্দেহে শলাগ ল'বলগীয়া ।
দিব্যাংগ শিল্পীৰ দৃশ্য শ্ৰব্য গীত উন্মোচন
গুৱাহাটী প্ৰেছ ক্লাৱত দিব্যাংগ শিল্পীৰ দৃশ্য শ্ৰব্য গীত লাজুকি লাজুকিৰ উন্মোচন ৷ সকলোৱে শিল্পী দুজনৰ প্ৰচেষ্টাক শলাগ লয় ৷
গুৱাহাটী,4এপ্ৰিল: গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় লাজুকি-লাজুকি নামৰ এটা দৃশ্য শ্ৰব্যগীত । দিবাংগ শিল্পী বাবু বৰুৱা আৰু মনিকা দাসে কন্ঠ নিগৰুৱা গীতটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে জনপ্ৰিয় শিল্পী ভিতালী দাস আৰু জে পি দাসে । চন্দন কলিতাই লিখি উলিওৱা আৰু শ্বেখৰ গোস্বামীয়ে পৰিচালনা কৰা গীতটোৱে শ্ৰোতাৰ মন জয় কৰিব বুলি আশাবাদী সকলো । গুৱাহাটী গান্ধী নগৰ স্কুলৰ গানৰ শিক্ষয়িত্ৰী মনিকা দাসৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লয় । গীতটি মুকলি কৰি গায়িকা ভিতালী দাসে কয় যে দিব্যাংগ শিল্পী সকলে লোৱা এই প্ৰচেষ্টা নিসন্দেহে শলাগ ল'বলগীয়া ।
Body:লিপিকা ডেকা
Conclusion:গুৱাহাটী