হাজো, 13 জুলাই : হাজোৰ মেলেকীপাৰাৰ ওচৰেৰে বৈ যোবা ভৈৰাতোলা নৈৰ বাঢ়নী পানীয়ে বুৰালে বিবাহস্থলী ৷ যাৰ বাবে বিবাহৰ অভ্যৰ্থনাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিও বিবাহৰ দিনটোত অভ্যৰ্থনা পৰ্ব বাতিল কৰিবলগীয়া হয় পৰিয়ালবৰ্গই । হাজোৰ মেলেকীপাৰা কইনা আমেনা বেগমক নলবাৰীৰ জাহাৰ ৰুবুল আলীৰ লগত বিবাহৰ দিন ঠিক কৰা হৈছিল যদিও ভৈৰাতোলা নৈৰ বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চল বুঢাই পেলোৱাত অভ্যৰ্থনা অনুষ্ঠান বাতিল কৰিবলগীয়া হয় । যদিও পূৰ্বে ঠিক কৰা অনুসৰিয়েই নিশা ধৰ্মীয় পৰম্পৰাৰে সম্পন্ন কৰা হয় নিকাহ ৷
বানপানীৰ বাবেই বাতিল বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান - বানপানী
ভৈৰাতোলা নৈৰ বাঢ়নী পানীয়ে বুৰালে বিবাহস্থলী ৷ বাতিল অভ্যৰ্থনা অনুষ্ঠান ৷ নিশা ধৰ্মীয় পৰম্পৰাৰে সম্পন্ন নিকাহ ৷
হাজো, 13 জুলাই : হাজোৰ মেলেকীপাৰাৰ ওচৰেৰে বৈ যোবা ভৈৰাতোলা নৈৰ বাঢ়নী পানীয়ে বুৰালে বিবাহস্থলী ৷ যাৰ বাবে বিবাহৰ অভ্যৰ্থনাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিও বিবাহৰ দিনটোত অভ্যৰ্থনা পৰ্ব বাতিল কৰিবলগীয়া হয় পৰিয়ালবৰ্গই । হাজোৰ মেলেকীপাৰা কইনা আমেনা বেগমক নলবাৰীৰ জাহাৰ ৰুবুল আলীৰ লগত বিবাহৰ দিন ঠিক কৰা হৈছিল যদিও ভৈৰাতোলা নৈৰ বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চল বুঢাই পেলোৱাত অভ্যৰ্থনা অনুষ্ঠান বাতিল কৰিবলগীয়া হয় । যদিও পূৰ্বে ঠিক কৰা অনুসৰিয়েই নিশা ধৰ্মীয় পৰম্পৰাৰে সম্পন্ন কৰা হয় নিকাহ ৷
12-7-2019
হাজোৰ মেলেকীপাৰা এখন অভ্যৰ্থনা নহোবা বিবাহ।কাৰণ বানপানী। হাজোৰ মেলেকীপাৰা ওচৰৰে বৈ যোবা ভৈৰাতোলা (নৰ্থ অব হাজো চেনেল) নদীৰ বাঢ়নী পানীযে বুঢাই পেলালে বিবাহ স্হলী সকলো ঠাই।।Body:জাৰ বাবে বিবাহৰ অভ্যৰ্থনাৰ সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰিও আজি বিবাহৰ দিনটোত অভ্যৰ্থনা পৰ্ব বাতিল কৰিলে পৰিযালে।বিবাহ স্হলীলৈ যাব নোবাৰা পৰিবেশ।গামোছা লুঙী আদি পিন্ধি এক আঠু পানী ভাঙি যাব লগীযি হোবাৰ বাবে বিবাহৰ অভ্যৰ্থনা বাতিল কৰিছে পৰিযালে।পৰিযালৰ মনত বৰ দুখ ।ভন্টিৰ বিবাহত নিজৰ আত্মীয কুতুম্বক লগ পাই এসাজ খাই ফুৰ্ত্তি কৰাৰ হেপাহ।কিন্তু দাতাই দিলেও বিধাতাই নিদিযে ।সেযা হল হাজোৰ মেলেকীপাৰা এখন বিবাহ। Conclusion:উল্লেখ্য যে হাজোৰ মেলেকীপাৰা কইনা আমেনা বেগমক নলবাৰীৰ জাহাৰ ৰুবুল আলীৰ লগত বিবাহৰ দিন ঠিক কৰিছিল আজি।ভৈৰাতোলা নদীৰ বাঢ়নী পানীযে সমগ্ৰ অঞ্চল বুঢাই পেলোবাৰ বাবে অভ্যৰ্থনা স্থগিত ৰাখিছে।কিন্তু বিবাহৰ দিন বাৰ ঠিক হোবাৰ বাবে দৰা কইনাৰ নিশা ধৰ্মীয় পৰম্পৰাৰে নিকাহ সম্পন্ন কৰিব পৰিযালৰ লগতে স্হানীয ৰাইজে গাওখনৰ ওখ ঠাইও।দৰাক আনিবলৈ যাবতীয ব্যাবস্হা গ্ৰহণ কৰিছে কইনাৰ পৰিযালে।
বাইট- কইনাৰ ককায়েক
স্হানীয লোক।
আমেনা বেগম কইনা