ETV Bharat / state

স্বগৃহত হিমাচলত নিহত বীৰ জোৱানৰ নশ্বৰ দেহ

author img

By

Published : Jul 17, 2019, 12:07 AM IST

স্বগৃহলৈ অনা হ'ল হিমাচলত নিহত হোৱা অসমৰ ৩ জোৱানৰ নশ্বৰদেহ । যোৱা ১৫ জুলাইত হিমাচল প্ৰদেশত অট্টালিকা ঘহি মৃত্যু হৈছিল ১৩ জনকৈ ভাৰতীয় সেনাৰ চতুৰ্থ অসম ৰেজিমেন্টৰ জোৱানৰ

স্বগৃহত হিমাচলত নিহত বীৰ জোৱানৰ নশ্বৰ দেহ

কামৰূপ, 16 জুলাইঃ স্ব-গৃহলৈ অনা হ'ল হিমাচলত নিহত অসমৰ তিনি জোৱানৰ নশ্বৰদেহ । যোৱা 14 জুলাইত হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাৰ পৰা ৪৫ কি: মি: নিলগৰ চ'লানত হোৱা ভয়ংকৰ ভূমি স্খলনৰ ফলত খহি পৰিছিল কেইবাটাও বাসগৃহ । সেই বাসগৃহ সমূহৰ ধ্বংস স্তুপৰ মাজতে উদ্ধাৰ হৈছিল ১৩ জনকৈ ভাৰতীয় সেনাৰ চতুৰ্থ অসম ৰেজিমেন্টৰ জোৱান । ইয়াৰে ছজন জোৱান অসমৰ, চাৰিজন শিলচৰৰ, এজন মেঘালয়ৰ,আৰু দুজন জোৱান আছিল ইম্ফলৰ ।

মঙলবাৰে ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানযোগে বৰঝাৰস্থিত বায়ুসেনাৰ শিবিৰলৈ লৈ অনা হয় নগাঁৱৰ প্ৰদীপ চন্দ্ৰ ভূঞা, ধুবুৰীৰ বিশ্বাৰ সিং বসুমতাৰী,শ্বিলঙৰ হেংখমাংগ গেংটেৰ নশ্বৰদেহ । বৰঝাৰ বায়ুসেনাৰ শিবিৰত নশ্বৰদেহ লৈ অহাৰ পিছতে শীৰ্ষবিষয়া সকলে সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জনায় আৰু অৱশেষত স্বগৃহলৈ লৈ যোৱা হয় বীৰ জোৱানকেইগৰাকীৰ নশ্বৰ দেহ৷

Intro:নিজ মাতৃ্ভুমি আহি পালে হিমাচলত নিহত হোৱা ৩ যোৱানৰ নশ্বৰদেহ ।Body:Ocvo..নিজ মাতৃ্ভুমি আহি পালে হিমাচলত নিহত হোৱা অসমৰ ৩ যোৱানৰ নশ্বৰদেহ । যোৱা ১৫ জুলাইত হিমাচল প্ৰদেশত অট্টালিকা ঘহি মৃত্যু হৈছিল ১৩ জনকৈ ভাৰতীয় সেনাৰ চতুৰ্থ অসম ৰেজিমেন্টৰ যোৱান । ইয়াৰে ভিতৰত ৯ জনেই আছিল উত্তৰ-পুৰ্বাঞ্চলৰ । ইয়াৰে ভিতৰত ৬জন অসমৰ ইয়াৰে ৪জন শিলচৰ,১মেঘালয়ৰ,আৰু ২ জন ইম্ফলৰ আছিল । আজি ভাৰতীয় বায়ুসেনাৰ বিশেষবিমানযোগে বৰঝাৰস্থিত বায়ুসেনাৰ শিবিৰলৈ লৈ অনা হয় নগাওৰ প্ৰদীপ চন্দ্ৰ ভুঞা,ধুবুৰীৰ বিশ্বাৰসিং বসুমতাৰী,শিলংৰ হেংখমাংগ গেংটেৰ নশ্বৰদেহ । বৰঝাৰ বায়ুসেনাৰ শিৱিৰত নশ্বৰদেহ লৈ অহাৰ পিছতে সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জনাই শীৰ্ষ বিষয়াসকলে । Conclusion:পিছত আটাইৰে নশ্বৰদেহ নিজ গৃহলৈ লৈ যোৱা হয় ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.