ETV Bharat / state

ধুমুহাত বিস্তৰ ক্ষতিসাধন ছয়গাঁও পান্টান হাইস্কুলৰ - Chaygaon

দেওবাৰে ৰাজ্যজুৰি তাণ্ডৱ চলোৱা ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন হয় ছয়গাঁওৰ পান্টান হাইস্কুলৰ ৷

ছয়গাঁও পান্টান হাইস্কুল
author img

By

Published : Apr 1, 2019, 2:41 PM IST

ছয়গাঁও,1 এপ্ৰিলঃ দেওবাৰে ৰাজ্যজুৰি সংহাৰ সৃষ্টি কৰা বিধ্বংসী ধুমুহা বৰষুণতছয়গাঁওৰ অতিকে ভিতৰুৱা অঞ্চলত ব্য়াপক ক্ষতিসাধন হয় ৷ স্থানীয় পান্টান হাইস্কুলতধুমুহাৰ ফলত ব্যাপক ক্ষতিসাধন হয় ৷

ছয়গাঁও পান্টান হাইস্কুল

বিদ্যালয়খনৰ কেইবাটাও শ্ৰেণীকোঠা ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হয় ৷ হাইস্কুল চৌহদত থকা এডাল প্ৰকাণ্ড গছ উভালি পৰাৰ ফলতে তিনিটাকৈ শ্ৰেণীকোঠা বিধ্বস্ত হয় ৷ বিদ্যালয়খনৰ দশম শ্ৰেণীকোঠাৰ লগতে বিজ্ঞান পৰীক্ষাগৃহ আৰু শিক্ষকৰ কাৰ্যালয় মুঠ তিনিটা কোঠালীত যথেষ্ট ক্ষতিসাধন হয় ৷ বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্যঅনুসৰি কোঠালী তিনিটাৰ সকলো সামগ্ৰী বিধ্বস্ত হোৱাৰ লগতে কেবালাখ টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হয় ৷

প্ৰচণ্ড ধুমুহাত ছয়গাৱৰ পাণ্টান হাইস্কুলৰ শ্ৰেণীকোঠা বিধ্বস্ত

দেওবাৰে অহা এজাক প্ৰচণ্ড ধুমুহাই ছয়গাৱৰ ভিতৰুৱা অঞ্চলত যথেষ্ট ক্ষতিসাধন কৰে । ইয়াৰে পাণ্টান হাইস্কুলৰ চৌহদত থকা এডাল প্ৰকাণ্ড গছ উভালি শ্ৰেণী কোঠাৰ ওপৰত পৰি তিনিটা কোঠালী সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয় । দশম শ্ৰেণীৰ শ্ৰেণীকোঠাৰ লগতে ওচৰতে থকা লেবেৰটৰী ৰুমটোৰ লগতে শিক্ষকৰ কাৰ্যালয়টোৰ যথেষ্ট ক্ষতিগ্ৰস্ত হয় । বিদ্যালয় গৃহটোৰ ওচৰত থকা প্ৰচণ্ড গছডাল উভালি পৰাৰ ফলত বিদ্যালয় খনৰ তিনিটাকৈ কোঠালীৰ সা সামগ্ৰী সম্পূৰ্ণ ৰূপে বিধ্বস্ত হোৱাৰ লগতে প্ৰায় ৭/৮ লাখ টকাৰ ক্ষতিসাধন হয় বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ।

SLUG: 
A_GHY_801_1APRIL_STROME_VIS+BITE_S_KHAN

FEED : FTP 
SCRIPT : MAIL
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.