ETV Bharat / state

গোৱালপাৰাত দেৱালীৰ বাবে প্ৰস্তুত মাটিৰ চাকি

পালপাৰাৰ পৰা ৰাজ্যত বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হৈছে হাজাৰ হাজাৰ মাটিৰ চাকি ৷

Goalpara village busy making earthen lamps ahead of Diwali
গোৱালপাৰাত দেৱালীৰ বাবে প্ৰস্তুত মাটিৰ চাকি
author img

By

Published : Nov 13, 2020, 12:35 PM IST

বকো, 13 নৱেম্বৰ: শনিবাৰে পোহৰৰ উৎসৱ দিপাৱলী । মাটিৰ চাকিৰ আলোকেৰে উজ্বলিত হ’ব ৰাজ্যৰ প্ৰতিটো অঞ্চল ৷ ক’ৰণা মহামাৰীৰ মাজতেই এইবাৰ অনুষ্ঠিত হ’ব দিপাৱলী । দিপাৱলীৰ বাবে গোৱালপাৰা জিলাৰ ৰংজুলিৰ পালপাৰাৰ মৃৎশিল্পই প্ৰস্তুত কৰি উলিয়াইছে হেজাৰ হেজাৰ মাটিৰ চাকি । পালপাৰাৰ পৰা ৰাজ্যত বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হৈছে মাটিৰ চাকি ৷ গাঁওখনৰ প্ৰায় ১২০ পৰিয়ালে দিপাৱলী উপলক্ষে সাজু কৰি তুলিছে এই মাটিৰ চাকি ।

গোৱালপাৰাত দেৱালীৰ বাবে প্ৰস্তুত মাটিৰ চাকি

লগতে পঢ়ক : কলগাছিয়াৰ ইছবপুৰত মানাহ নদীৰ কালৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.