ETV Bharat / state

দৰিদ্ৰজনৰ কাষত থিয় দিলে পৰিবহণ বিষয়া গৌতম দাস

author img

By

Published : Apr 10, 2020, 3:07 PM IST

উত্তৰ গুৱাহাটী অঞ্চলৰ শতাধিক টেম্পো চালকৰ লগতে, জিলাখনৰ বিভিন্ন ঠাইৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মাজত শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে, কামৰূপ (গ্ৰাম্য) জিলা পৰিবহণ বিষয়া গৌতম দাসে ।

district trnasport officer gautam das donated food among tempo drivers

আমিনগাঁও, 10 এপ্ৰিলঃ কামৰূপ (গ্ৰাম্য) জিলাৰ পৰিবহন বিষয়া গৌতম দাসে উত্তৰ গুৱাহাটী অঞ্চলৰ ভিন্ন লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । অমিনগাঁও, উত্তৰ গুৱাহাটী অঞ্চলৰ শতাধিক টেম্পো চালকৰ লগতে, জিলাখনৰ বিভিন্ন ঠাইৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মাজত তেওঁ নগদ ধন, চেনিটাইজাৰ, মাস্ককে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে । কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য, অতিৰিক্ত উপায়ুক্ত সত্যজিৎ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত তাঁকেশ্বৰ দাসৰ উপস্থিতত তেওঁ বিতৰণ কৰে এই সামগ্ৰী সমূহ ।

উত্তৰ গুৱাহাটী অঞ্চলৰ ভিন্নজনক সহায়ৰ হাত পৰিবহন বিষয়া গৌতম দাসৰ

আনহাতে কামৰূপ জিলা পৰিবহন বিভাগৰ কৰ্মচাৰী সকলে তেওঁলোকৰ এদিনৰ দৰমহা আগবঢ়াইছে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ।

লগতে পঢ়কঃ COVID-19: চিপিআই(এম)ৰ প্ৰাক্তন বিধায়কে চৰকাৰলৈ আগবঢ়ালে ডেৰলাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.