ETV Bharat / state

অভিনয় শিল্পী লক্ষী বৰঠাকুৰক স্মৰণ - ইটিভি ভাৰত

দেৱা প্ৰডাকচনৰ উদ্যোগত আৰু ভাৱৰীয়া সহযোগত প্ৰথম বাৰৰ বাবে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ নাম দিয়া হৈছে অভিজ্ঞানম।মহানগৰীৰ ভাস্কৰ জ্যোতি নাট্য মন্দিৰত অনুষ্ঠিত কৰা হৈছে একক অভিনয় প্ৰতিযোগিতাৰ লগতে গীত মাতৰ বৰ্ণাঢ্য অনুষ্ঠান ।

ETV BHARAT
author img

By

Published : Jun 18, 2019, 7:16 PM IST

গুৱাহাটী , 18 জুন :অসমীয়া ছবি জগতৰ বিশিষ্ট শিল্পী প্ৰয়াত লক্ষী বৰঠাকুৰৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী । মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মহানগৰীৰ ভাস্কৰ জ্যোতি নাট্য মন্দিৰত অনুষ্ঠিত কৰা হৈছে একক অভিনয় প্ৰতিযোগিতাৰ লগতে গীত মাতৰ বৰ্ণাঢ্য অনুষ্ঠান । প্ৰতিযোগিতাত অসমৰ বিভিন্ন স্থানৰ কলা-কুশলীৰ অংশ গ্ৰহণ ।

একক অভিনয় প্ৰতিযোগিতাৰ আয়োজন
দেৱা প্ৰডাকচনৰ উদ্যোগত আৰু ভাৱৰীয়াৰ সহযোগত প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ নাম দিয়া হৈছে অভিজ্ঞানম । ভাৱৰীয়াৰ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি চতুৰ্থ বাৰ্ষিকীৰ পৰা অনুষ্ঠিত কৰিবলৈ লোৱা এই অনুষ্ঠানক অনাগত বছৰতো জীয়াই ৰাখিবলৈ তেওঁলোক সংকল্পবদ্ধ হৈছে ৷

Intro: অসমীয়া ছবি জগতৰ বিশিষ্ট শিল্পী প্ৰয়াত লক্ষ্মী বৰঠাকুৰৰ আজি চতুৰ্থ মৃত্যু বাৰ্ষিকী। মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মহানগৰীৰ ভাস্কৰ জ্যোতি নাট্য মন্দিৰত অনুষ্ঠিত কৰা হৈছে একক অভিনয় প্ৰতিযোগিতাৰ লগতে গীত মাতৰ বৰ্ণাঢ্য অনুষ্ঠান। এই একক অভিনয়।প্ৰতিযোগিতা ত অংশ গ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন স্থানৰ পৰা আহিছে কলা কুশলী সকল।

Body:দেৱা প্ৰডাকচনৰ উদ্যোগত আৰু ভাৱৰীয়া সহযোগত প্ৰথম বাৰৰ বাবে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ নাম দিয়া হৈছে অভিজ্ঞানম। ভাৱৰীয়াৰ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি চর্তুথ বাৰ্ষিকীৰ পৰা অনুষ্ঠিত কৰিবলৈ লোৱা এই অনুষ্ঠানক অনাগত বছৰতো জীয়াই ৰাখিব তেওঁলোকে।
Bite:- সম্পাদক।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.