ETV Bharat / state

বকোত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ আত্মহনন!

author img

By

Published : Feb 22, 2020, 4:23 PM IST

বকোত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ আত্মহত্যা ৷ ছাত্ৰজন চুকুনীয়াপাৰাৰ দেৱজিৎ বসুমতাৰী ৷

boko student suicide case
বকোত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ আত্মহনন!

কামৰূপ,22ফেব্ৰুৱাৰী : বকোৰ চুকুনীয়াপাৰাত শুকুৰবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী মেধাৱী ছাত্ৰৰ আত্মহনন ৷ ছাত্ৰজনৰ নাম দেৱজিৎ বসুমতাৰী বুলি জানিব পৰা গৈছে ৷ ৰে'লৰ আগত পৰি আত্মহত্যা কৰে ছাত্ৰজনে ৷ দেৱজিৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল ৷

প্ৰাপ্ত তথ্য অনুসৰি, হাইস্কুল শিক্ষান্ত পৰীক্ষাত আশানুৰূপ ফলৰ পৰা বঞ্চিত হোৱাৰ হতাশাত আত্মহত্যা কৰে ছাত্ৰজনে ৷ ছাত্ৰজনে আত্মীয়লৈ লিখি থৈ যায় বড়ো ভাষাত তিনিখন চিঠি ৷ ঘটনাস্থলীত উপস্থিত বকো আৰক্ষী ৷

অধিক তথ্যৰ বাবে: UPPLত যোগদান প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.