ETV Bharat / state

বাইহাটাত সুলভ শৌচালয়ৰ নামত বৃহৎ কেলেংকাৰি

author img

By

Published : Feb 4, 2020, 9:07 PM IST

বাইহাটাত সুলভ শৌচালয় নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰি ৷ এবছৰত নিৰ্মাণ নহ'ল সুলভ শৌচালয় সমূহ ৷

Baihata SBM latrine scheme corruption
বাইহাটাত সুলভ শৌচালয়ৰ নামত বৃহৎ কেলেংকাৰি

বাইহাটা চাৰিআলি, 4 ফেব্ৰুৱাৰী : বাইহাটা চাৰিআলিৰ আল্টা গাঁৱত সুলভ শৌচালয় নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী । কেন্দ্ৰীয় তথা মোডী চৰকাৰৰ স্বচ্ছ ভাৰত নিৰ্মাণ পৰিকল্পনাৰ প্ৰতি সঁহাৰি নাই অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে এবছৰত নিৰ্মাণ নহ'ল শৌচালয় । সুলভ শৌচালয় নিৰ্মাণ কৰা সংস্থা সমূহে এবছৰে শৌচালয় নিৰ্মাণৰ কাম বন্ধ কৰি ৰাখিছে বুলি মন্তব্য কৰে হিতাধিকাৰীয়ে ৷ যাৰ বাবে তেঁওলোকে মুকলি আৰু কেঁচা শৌচালয়ত মল ত্যাগ কৰিবলৈ বাধ্য হৈছে । সেয়ে চৰকাৰক অতিশীঘ্ৰে শৌচালয় সমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ আহ্বান জনায় হিতাধিকাৰীয়ে ।

আৰু পঢ়ক : বাইহাটা চাৰিআলিত কিশোৰী সন্ধানহীন

Intro:V/O - স্বচ্ছ ভাৰত অভিযানৰ বাবে নিৰ্মান কৰা সুলভ শৌচালয় নিৰ্মানৰ নামত বৃহৎ কেলেংকাৰি । এবছৰৰ ভিতৰতো নিৰ্মান নহ'ল সুলভ শৌচালয় সমূহ । যাৰ বাবে হিতাধিকাৰীয়ে মুকলিত অথবা কেচা শৌচালয়ত মল ত্যাগ কৰিব লগীয়া হৈছে । এইয়া বাইহাটা চাৰিআলিৰ আল্টা গাৱৰ দৃশ্য । শক্তিশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ সমষ্টিতে এবছৰৰ ভিতৰতো নিৰ্মান নহ'ল শৌচালয় । কেন্দ্ৰীয় তথা মোডী চৰকাৰৰ স্বচ্ছভাৰত নিৰ্মান পৰিকল্পনাৰ প্ৰতি সহাৰি নাই অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰি বিভাগৰ । বিভাগটোৰ হেমাহিৰ বাবে সুলভ শৌচালয় নিৰ্মান কৰা সংস্থা সমূহে এইদৰে এবছৰ ধৰি পেলাই থলে শৌচালয় নিৰ্মানৰ কাম । যাৰ বাবে হিতাধিকাৰিয়ে মুকলিত মলত্যগ কৰিবলৈ হৈছে বাধ্য । সেয়ে অতিশীঘ্ৰে শৌচালয় সমুহৰ নিৰ্মান সম্পুৰ্ন কৰাৰ আহ্বান জনাইছে হিতাধিকাৰিয়ে ।
বাইট---Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.