ETV Bharat / state

বাইহাটাত গৃহ আবন্টন দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ - আশ্ৰাফুল আলী

বাইহাটাৰ বেজেৰা পঞ্চায়তৰ অন্তৰ্গত ভোমোলাহাটী গাঁৱত দুখীয়া পৰিয়ালৰ পৰা গৃহ আবন্টনৰ নামত উৎকোচ লোৱাৰ অভিযোগ আনিছে হিতাধিকাৰিয়ে । এই অভিযোগৰ আঙুলি বিজেপিৰ বুথ কমিতিৰ সম্পাদক আশ্ৰাফুল আলী আৰু পঞ্চায়ত কৰ্মী ভাস্কৰ বৈশ্যলৈ

বাইহাটাত গৃহ আবন্টন দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ
author img

By

Published : Jul 3, 2019, 2:05 PM IST

বাইহাটা, 3 জুলাইঃ কামৰূপৰ বাইহাটাত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহক লৈ কেলেংকাৰী ৷ গৃহ আবন্টণ দিয়াৰ বাবে উৎকোচ লোৱাৰ অভিযোগ স্থানীয় একাংশ ৰাইজৰ ৷ উল্লেখ্য যে, বাইহাটাৰ বেজেৰা পঞ্চায়তৰ অন্তৰ্গত ভোমোলাহাটী গাঁৱত দুখীয়া পৰিয়ালৰ পৰা গৃহ আবন্টনৰ নামত উৎকোচ লোৱাৰ অভিযোগ আনিছে হিতাধিকাৰীয়ে ।

বাইহাটাত গৃহ আবন্টন দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগ

এই অভিযোগ উত্থাপন হৈছে বিজেপিৰ বুথ কমিটিৰ সম্পাদক আশ্ৰাফুল আলী আৰু পঞ্চায়ত কৰ্মী ভাস্কৰ বৈশ্যলৈ ৷ প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা আশ্ৰাফুল আৰু ভাস্কৰে গৃহ আবন্টনৰ নাত ৫ হাজাৰ টকাকৈ বিচৰা বুলি অভিযোগ আনিছে একাংশ স্থানীয় ৰাইজে ৷ আনহাতে গৃহ আবন্টনৰ নামত ধন লোৱাৰ কথা শুনা বুলি স্বীকাৰো কৰিলে পঞ্চায়তৰ ৱাৰ্ড সদস্যা গৰাকীয়ে ।কিন্তু ইয়াৰ বিপৰীতে ঘৰ দিয়াৰ নামত কোনো ব্যক্তিৰ পৰা ধন লোৱা নাই বুলি কয় বেজেৰা ২ নং বুথ কমিটিৰ সম্পাদক আশ্ৰাফুল আলীয়ে । সাধাৰণ জনতাৰ সুবিধা হোৱাকৈ দলৰ স্বাৰ্থত কাম কৰি যোৱা বুলি উল্লেখ বুথ কমিটিৰ সম্পাদক গৰাকীৰ ৷

আৰু পঢ়কঃ ভয়ংকৰঃ লিগেচী ডাটা চুৰি কৰি নাগৰিকপঞ্জীৰ আৱেদন

Intro:Baihata PMAY Scandle

V/O:---কামৰূপৰ বাইহাটাত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহক লৈ কেলেংকাৰি । হিতাধিকাৰিক গৃহ আবন্টন দিয়াৰ বাবে উৎকোচ লোৱাৰ অভিযোগ । বাইহাটাৰ বেজেৰা পঞ্চায়তৰ অন্তৰ্গত ভোমোলাহাটী গাৱত দুখীয়া পৰিয়ালৰ পৰা গৃহ আবন্টনৰ নামত উৎকোচ লোৱাৰ অভিযোগ আনিছে হিতাধিকাৰিয়ে ।এই অভিযোগৰ  আঙুলি বিজেপিৰ বুথ কমিতিৰ সম্পাদক আশ্ৰাফুল আলী আৰু পঞ্চায়ত  কৰ্মী ভাস্কৰ বৈশ্যলৈ । প্ৰতি গৰাকী হিতাধিকাৰীৰ পৰা  আশ্ৰাফুল আৰু ভাস্কৰে  গৃহ আবন্টনৰ নাত ৫ হাজাৰ টকাকৈ বিচৰা বুলি  আনিছে  অভিযোগ । গৃহ আবন্টনৰ নামত ধন লোৱাৰ কথা শুনা বুলি স্বীকাৰ কৰিলে ওৱাৰ্ড সদস্যা গৰাকীয়ে ।
 Byte:--- 
V/O:---আনফালে ঘৰ দিয়াৰ নাত কোনো ব্যক্তিৰ পৰা ধন লোৱা নাই বুলি কয় বেজেৰা ২ নং বুথ কমিটিৰ সম্পাদক আশ্ৰাফুল আলীয়ে । দলৰ স্বাৰ্ত তেওলোকে কাম কৰি যোৱা বুলি উল্লেখ কৰে ।
বাইট:---Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.