ETV Bharat / state

বাইহাটাত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 1

author img

By

Published : Sep 30, 2019, 2:03 PM IST

Updated : Sep 30, 2019, 2:56 PM IST

বাইহাটা চাৰিআলিৰ কমলপুৰত শোকাৱহ পথ দুৰ্ঘটনা । গেছ পৰিবাহী বাহনে মহতিয়ালে দুই বাইক আৰোহীক ।

বাইহাটাত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 1

বাইহাটা চাৰিআলি, 30 ছেপ্টেম্বৰঃ সোমবাৰে বাইহাটা চাৰিআলিৰ কমলপুৰত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা ৷ গেছ পৰিবাহী বাহনে মহতিয়াই নিয়ে দুই বাইক আৰোহীক ৷ ফলত থিতাতে নিহত হয় এজন বাইক আৰোহী । আনহাতে গুৰুতৰ ভাবে আহত হয় আন জন আৰোহী ৷ আহত লোকজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ 108 ৰ সহায়ত নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

বাইহাটাত শোকাৱহ পথ দুৰ্ঘটনা

নলবাৰীৰ পৰা গুৱাহাটী অভিমূখে আহি থকা AS 14J 6036 নম্বৰৰ বাইক আৰোহী দুজনক একে দিশেৰে আহি থকা NL 02Q 4844৮ নম্বৰৰ গেছ পৰিবাহী বাহন খনে মহতিয়াই নিয়াৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনা সংঘটিত কৰিয়ে গধুৰ বাহন খনে পলায়নৰ চেষ্টা চলায় যদিও কিছু দূৰত্ব অতিক্ৰম কৰাৰ পিচত স্থানীয় ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । নিহত বাইক আৰোহী জন নলবাৰীৰ পংকজ মাহাতো বুলি জানিব পৰা গৈছে ।

Intro:Baihata Kamalpur Accident 1 Dead

V/O:---বাইহাটা চাৰিআলিৰ কমলপুৰত শোকাবহ পথ দুৰ্ঘটণা । গেছ পৰিবাহী বাহনে মহতিয়ালে দুই বাইক আৰোহীক । দুৰ্ঘটণাত থিতাতে নিহত এজন বাইক আৰোহী । গুৰতৰ ভাবে আহত আনজনক ১০৮ৰ সহায়ত স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰন কৰে । ঘটণাৰ বিৱৰনি মতে নলবাৰীৰ পৰা গুৱাহাটী অভিমূখে আহি থকা এ এছ ১৪ জে ৬০৩৬ নম্বৰৰ বাইক আৰোহী দুজনক একে দিশেৰে আহি থকা এন এল ০২ কিউ ৪৮৪৪ নম্বৰৰ গেছ পৰিবাহী গধুৰ বাহন খনে মহতিয়াই নিয়াৰ ফলত এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে আনজন গুৰুতৰ ভাবে আহত । দুৰ্ঘটণা সংঘটিত কৰি গধুৰ বাহন খন পলায়ণ কৰে যদিও কিছ দুৰ যোৱাৰ পিচত স্থানীয় ৰাইজে কৰায়ত্ব কৰে । নিহত বাইক আৰোহী জন নলবাৰীৰ পঙ্কজ মাহাটো বুলি জানিব পৰা যায় ।
বাইট:---
Body:.Conclusion:.
Last Updated : Sep 30, 2019, 2:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.