ETV Bharat / state

বাইহাটাত জি এন এক্স ব্ৰাডাৰ্চ ক্লাৱৰ বান সাহাৰ্য - flood relief

ৰাজ্যৰ চৌদিশে জনপ্ৰলয় ৷ জলপ্ৰলয়ৰ সময়ত এতিয়া আৰ্তজনৰ কাষত থিয় হৈছে বহু দল-সংগঠন ৷

বাইহাটাত জি এন এক্স ব্ৰাডাৰ্চ ক্লাৱৰ বান সাহাৰ্য
author img

By

Published : Jul 27, 2019, 9:21 AM IST

বাইহাটা,27 জুলাইঃ চৌদিশে জলপ্ৰলয় , সংকটত জাতি , আপোন ভেটি । এইয়া জি এন এক্স ব্ৰাডাৰ্চ ক্লাব গুৱাহাটীৰ কাহিলিপাৰাৰ শ্লোগান । এই শ্লোগান লৈ বাইহাটা চাৰিআলিৰ আঠগাঁৱত উপস্থিত হ'ল আৰ্তজনক সহায় কৰাৰ বাবে । জি এন এক্স ক্লাৱে নিজৰ সামৰ্থ্য অনুযায়ী পুঠিমাৰিৰ ভগা মঠাউৰিয়ে সৃষ্টি কৰা বানপীড়িত কেইটামান চুবুৰীৰ মাজত বিতৰণ কৰিলে সামান্য বান সাহাৰ্য । প্ৰায় ২০০ ত কৈয়ো অধিক পৰিয়ালৰ মাজত বিতৰণ কৰে চাউল, দাইল, চিৰা আৰু শিশুৰ পুষ্টিকাৰক খাদ্যৰ লগতে খোৱা পানী ।

বাইহাটাত জি এন এক্স ব্ৰাডাৰ্চ ক্লাৱৰ বান সাহাৰ্য

শুকুৰবাৰে দিনৰ ভাগত জি এন এক্স ব্ৰাডাৰ্চ ক্লাৱে আঠগাঁৱৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ পিচত নিশাৰ ভাগত আঠিয়াবৈ প্ৰগতিশীল সংঘই আঠগাঁৱৰ বন্যাৰ্ত সকলৰ মাাজৰ চাৰিটা কৈ আশ্ৰয় শিবিৰত আগবঢ়ায় নিশাৰ আহাৰ । সংঘৰ সদস্য সকলে নিজে ৰান্ধি আগবঢ়াই নিশাৰ আহাৰ ।

Intro:Baihata Flood Relief By Various Organisation

V/O:---- চৌদিশে জলপ্ৰলয় , সংকটত জাতি , আপোন ভেটি । এইয়া জি এন এক্স ব্ৰাডাৰ্চ ক্লাব গুৱাহাটীৰ কাহিলিপাৰাৰ শ্লোগান । এই শ্লোগান লৈ বাইহাটা চাৰিআলিৰ আঠগাৱত উপস্থিত হ'ল আৰ্তজনক সহায় কৰাৰ বাবে । জি এন এক্স ক্লাবে নিজৰ সামৰ্থ্য অনুযায়ী পুঠিমাৰিৰ ভগা মঠাউৰিয়ে সৃষ্টি কৰা বানপীৰিত কেেইটামান চুবুৰীৰ মাজত বিতৰন কৰিলে সামান্য বান সাহাৰ্য্য । প্ৰায় ২০০ ত কৈয়ো অধিক পৰিয়ালৰ মাজত বিতৰন কৰে চাউল ডাইল চিৰা আৰু শিশুৰ পুষ্টিকাৰক খাদ্যৰ লগতে খোৱা পানী ।
Byte:---
V/O:---- দিনৰ ভাগত জি এন এক্স ব্ৰাডাৰ্চ ক্লাবে আঠগাৱৰ ব্ন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰন কৰাৰ পিচত নিশাৰ ভাগত আঠিয়াবৈ প্ৰগতিশীল সংঘই আঠগাৱৰ বন্যাৰ্ত সকলৰ মাাজৰ চাৰিটা কৈ আশ্ৰই শিবিৰত আগবঢ়াই নিশাৰ আহাৰ । সংঘৰ সদস্য সকলে নিজে ৰান্ধি আগবঢ়াই নিশাৰ আহাৰ ।
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.