ETV Bharat / state

শ্বহীদ সুনীল কলিতাৰ ঘৰত উপস্থিত চিআৰপিএফৰ উচ্চ পদস্থ বিষয়া

author img

By

Published : Feb 15, 2020, 4:14 PM IST

Updated : Feb 15, 2020, 6:19 PM IST

শ্বহীদ সুনীল কলিতাৰ ঘৰত উপস্থিত হয় চিআৰপিএফৰ উচ্চ পদস্থ বিষয়া এডিজি শ্ৰী এ.কে শৰ্মা, আইজিপি শ্ৰী প্ৰকাশ আৰু ডিআইজি জে.পি কেৰেয়ে পৰিয়ালৰ খবৰ লোৱাৰ লগতে, শ্বহীদ গৰাকীৰ নামত অঞ্চলটোত এখন চলন্ত ট্ৰফী ক্ৰিকেট মেচ অনুষ্ঠিত কৰাৰ বাবে ৰাইজক আহ্বান জনায় ৷

চিআৰপিএফৰ উচ্চ পদস্থ বিষয়া
চিআৰপিএফৰ উচ্চ পদস্থ বিষয়া

বাইহাটা, 15 ফেব্ৰুৱাৰীঃ আজি শ্বহীদ সুনীল কলিতাৰ ঘৰত উপস্থিত হয় চিআৰপিএফৰ উচ্চ পদস্থ বিষয়া ৷ কামৰূপ জিলাৰ পালাৰা গাঁওস্থিত শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হয় উত্তৰ পূৱ জোনৰ এডিজি শ্ৰী এ.কে শৰ্মা, আইজিপি শ্ৰী প্ৰকাশ আৰু ডিআইজি জে.পি কেৰে ৷ বিষয়াসকলে শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ খবৰ লোৱাৰ লগতে, শ্বহীদ গৰাকীৰ নামত অঞ্চলটোত এখন চলন্ত ট্ৰফী ক্ৰিকেট মেচ অনুষ্ঠিত কৰাৰ বাবে ৰাইজক আহ্বান জনায় ৷

শ্বহীদ সুনীল কলিতাৰ ঘৰত উপস্থিত হৈ চিআৰপিএফৰ উচ্চ পদস্থ বিষয়া

লগতে পঢ়কঃ পুলৱামা আক্ৰমণৰ বৰ্ষপূৰ্তি উপলক্ষে হাইলাকান্দিত জোৰ সমদল

Last Updated : Feb 15, 2020, 6:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.