কামৰূপ,31 জুলাইঃ বাইহাটা চাৰিআলিৰ পূৱ-কামৰূপ মহাবিদ্যালয়ত নজৰবিহীন ঘটনা। সংস্কৃত পৰীক্ষাৰ নামত চৰম অৰাজকতাৰ অভিযোগ।
ধন দিয়ক আৰু নকল কৰক! - নকল
বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত আজৱ ঘটনা ৷ পৰীক্ষাৰ্থীক নকলৰ সুবিধা দিয়াৰ নামত তিনিৰ পৰা ছয় হেজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ একাংশ টোলৰ শিক্ষকৰ বিৰুদ্ধে ।
ধনৰ বিনিময়ত পৰীক্ষাত নকলৰ সুবিধা
কামৰূপ,31 জুলাইঃ বাইহাটা চাৰিআলিৰ পূৱ-কামৰূপ মহাবিদ্যালয়ত নজৰবিহীন ঘটনা। সংস্কৃত পৰীক্ষাৰ নামত চৰম অৰাজকতাৰ অভিযোগ।
Intro:Baihata sanaskrit exam Nakol
V/O:---বাইহাটা চাৰিআলিৰ পূৱ-কামৰূপ মহাবিদ্যালয়ত নজৰবিহীন ঘটনা। সংস্কৃত পৰীক্ষাৰ নামত চৰম অৰাজকতা।নগদ ধনৰ বিনিময়ত পৰীক্ষাত নকলৰ সুবিধা । পৰীক্ষাৰ্থীক নকলৰ সুবিধা দিয়াৰ নামত তিনিৰ পৰা ছয় হেজাৰ টকা সংগ্ৰহ কৰিছিল একাংশ টোলৰ শিক্ষকে।কিন্তূ কেনা লাগিল বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত । কিয়নো পূৱ-কামৰুপ মহাবিদ্যালয়ৰ পৰীক্ষা পৰিচালনা সমিতিৰ তৎপৰতা আৰু kumar bhaskar varman sanskrit & ancient studies university-ৰ দুগৰাকী পৰীক্ষা নিয়নত্ৰকৰ দ্বাৰা তিনি বস্তা নকল উদ্ধাৰ লগতে ছয়গৰাকী পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰা হয় । ইয়াৰ উপৰিও দুজন পৰীক্ষাৰ্থীৰ পৰা দুটা মোবাইল জব্দ কৰি আৰক্ষীৰ হাতত গতাই দিয়া হয় । পৰীক্ষা পৰিচালনা ত থকা লোকৰ কথোৰ স্থিতিৰ বাবে সম্ভৱ নহল নকল কৰাৰ । নকল কৰাৰ বিভিন্ন পন্থা অবলম্বন কৰি হাতে হাতে বিশেষ আকৃতিৰ সহায়ক পুঠি লৈ পৰীক্ষাত বহা সকলৰো লাগিল কেনা।উল্লেখযোগ্য যে সৰ্বমুঠ বাৰগৰাকীৰ ভিতৰত একেদিনাই বহিস্কাৰ কৰা হল পৰীক্ষা কেন্দ্ৰ টোৰ ছয় গৰাকী পৰীক্ষাৰ্থী । নগদ ধনৰ বিনিময়ত কিতাপ মেলি নকল কৰা সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চাৰ বাইদেউ সকলৰো মবাইল অফ । তাতকৈ আচৰিত বিষয় এই যে পৰীক্ষাৰ্থীয়ে নাজানে তেওলোকে অধ্যয়ন কৰা বিদ্যালয়ৰ নাম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা একাংশ সন্দেহজনক ছাত্রৰে ভৰি পৰিছে সংস্কৃত টোলৰ পৰীক্ষা কেন্দ্ৰ । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্তীৰ্ণ কৰি দিয়া উদোগত পৰিনত হৈছে পৰীক্ষাৰ বিষয়টো ত প্ৰয়োজন হৈছে এক তদন্তৰ।
বাইট----পূৱ-কামৰুপ মহাবিদ্যালয়ৰ অধ্যাপক।
বাইট-----বহিষ্কৃত পৰীক্ষাৰ্থী।Body:.Conclusion:.