ETV Bharat / state

ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী অভিজিত ভট্টাচাৰ্যৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Apr 2, 2019, 5:41 PM IST

কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ হাতত মঙলবাৰে মনোনয়ন পত্ৰ দাখিল ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী অভিজিত ভট্টাচাৰ্যই

ভাৰতীয় গণ পৰিষদ প্ৰাৰ্থী অভিজিত ভট্টাচাৰ্যৰ মনোনয়ন পত্ৰ দাখিল

গুৱাহাটী, 2 এপ্ৰিলঃ মঙলবাৰে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অভিজিত ভট্টাচাৰ্যই সমৰ্থকৰ স'তে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে ।

নিৰ্বাচন সন্দৰ্ভত আৰু বিৰোধী পক্ষক কটাক্ষ কৰি সাংবাদিকৰ আগত কেবাটাও মন্তব্য কৰে অভিজিত ভট্টাচাৰ্যই ৷ লোকসভা নিৰ্বাচনত ভাৰতীয় গণ পৰিষদৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়োৱা অভিজিত ভট্টাচাৰ্যই দাখিল কৰে মনোনয়ন পত্ৰ ৷ ৰাজ্যৰ লগতে সমষ্টিৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত উক্ত দলে কাম কৰিব বুলি মন্তব্য কৰে প্ৰাৰ্থীজনে ।

Intro:👉 গুৱাহাটী সমষ্টিৰ অন্যতম প্ৰাৰ্থী অভিজিত ভট্টাচার্জিৰ ।আজি কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বেশ্যা হাতত মনোনয়ন দাখিল কৰে।

👉ভাৰতীয় গণ পৰিষদ হৈ দাখিল কৰিলে অভিজিত ভট্টাচার্জিৰ মনোনয়ন দাখিল ।

👉ভাৰতীয় গণ পৰিষদ অসমৰ একমাত্র আঞ্চলিক দলৰ দাবী অন্যতম প্ৰাৰ্থী অভিজিত ভট্টাচার্জিৰ ।

👉গুৱাহাটীৰ বিভিন্ন সমস্যাৰ সমাধানৰ ক্ষেত্ৰত এই দলে কাম কৰিব।
👉বিষকৈ গুৱাহাটী সমষ্টিৰ খোৱা পানীৰ অভাৱ পূৰণ কৰিব।
👉ভাৰতীয় গণ পৰিষদ দলে জনগোষ্ঠীৰ জনজাতিৰ কাৰণ মূল দাবী ।

Body:।

Conclusion:।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.