গুৱাহাটী, 1 চেপ্তেম্বৰঃ উজনিৰ পৰা নামনিলৈ কাঞ্চনজংঘাৰ প্ৰচাৰ কৰি থকাৰ মাজতে মহানগৰীত বাইক চলাই ছবিৰ প্ৰচাৰ চলালে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গে । ছবি খনৰ নায়িকাক বাইকত বহুৱাই হিন্দী চিনেমাৰ নায়কৰ দৰে মহানগৰীত কাঞ্চনজংঘা প্ৰচাৰ জুবিনৰ । বিনা হেলমেটেৰে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰে পাৰে বাইক চলালে জুবিনে । উল্লেখ্য যে, অসমৰ ছবি গৃহত 6 চে্হপ্তেম্বৰত মুক্তি পাব বহু প্ৰত্যাশিত ছবি কাঞ্চনজংঘা ৷
হেলমেট নিপিন্ধাকৈ মহানগৰীত বাইক চলালে জুবিন গাৰ্গে
ছবি খনৰ নায়িকাক বাইকত বহুৱাই হিন্দী চিনেমাৰ নায়কৰ দৰে মহানগৰীত কাঞ্চনজংঘাৰ প্ৰচাৰ জুবিনৰ । বিনা হেলমেটেৰে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰে পাৰে বাইক চলালে জুবিনে
হেলমেট নিপিন্ধাকৈ মহানগৰীত বাইক চলালে জুবিন গাৰ্গে
গুৱাহাটী, 1 চেপ্তেম্বৰঃ উজনিৰ পৰা নামনিলৈ কাঞ্চনজংঘাৰ প্ৰচাৰ কৰি থকাৰ মাজতে মহানগৰীত বাইক চলাই ছবিৰ প্ৰচাৰ চলালে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গে । ছবি খনৰ নায়িকাক বাইকত বহুৱাই হিন্দী চিনেমাৰ নায়কৰ দৰে মহানগৰীত কাঞ্চনজংঘা প্ৰচাৰ জুবিনৰ । বিনা হেলমেটেৰে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰে পাৰে বাইক চলালে জুবিনে । উল্লেখ্য যে, অসমৰ ছবি গৃহত 6 চে্হপ্তেম্বৰত মুক্তি পাব বহু প্ৰত্যাশিত ছবি কাঞ্চনজংঘা ৷
Intro:ব্যতিক্ৰম ৰূপত জুবিন। উজনিৰ পৰা নামনিলৈ কাঞ্চনজঙ্ঘা ছবিৰ প্ৰচাৰ কৰি থকাৰ মাজতে এনেদৰে মহানগৰীত বাইক চলাই ছবিৰ প্ৰচাৰ কৰিবলৈ আহে জুবিন। Body:লগত ছবি খনৰ নায়িকাক বহুৱাই কোনো হিন্দী চিনেমাৰ নায়কৰ দৰে মহানগৰীত কাঞ্চনজঙ্ঘাৰ প্ৰচাৰ জুবিনৰ। বিনা হেলমেটেৰে এনেদৰে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰে পাৰে বাইক চলালে জুবিনে। Conclusion:অসমৰ ছবি গৃহলৈ 6 তাৰিখে আহিব লগা বহু অপ্ৰত্যাশিত ছবি কাঞ্চনজঙ্ঘাৰ প্ৰচাৰ এতিয়া এনেকৈ চলাইছে জুবিনে। সকলোৰে অপেক্ষা মাথো এতিয়া কাঞ্চনজঙ্ঘা ছবি গৃহলৈ অহাটোৱে।