ETV Bharat / state

'মিছন চাইনা'ৰ ৰেকৰ্ড ভংগ কৰিলে 'কাঞ্চনজংঘা'ই

author img

By

Published : Sep 7, 2019, 8:51 PM IST

যাৰ বাবে ছবিখনৰ নিৰ্মাতা জুবিন গাৰ্গে দৰ্শক উদগনি যোগোৱাৰ বাবে মহানগৰীৰ প্ৰতিটো ছবি গৃহত উপস্থিত হয় ৷ ছবি গৃহত উপস্থিত হৈ কাৰিকৰী দিশ সমূহ খুটি-নাটি মাৰি চাই জুবিনে ৷

'মিছন চাইনা'ৰ ৰেকৰ্ড ভংগ কৰিলে 'কাঞ্চনজংঘা'ই

গুৱাহাটী, 7 চেপ্তেম্বৰঃ 'মিছন চাইনা'ৰ ৰেকৰ্ড ভংগ কৰি 'কাঞ্চনজংঘা'ৰ বৃহৎ সাফল্য ৷ 'কাঞ্চনজংঘা'ৰ প্ৰথম দিনটোত উপাৰ্জন 40 লাখ ৷ যাৰ বাবে ছবিখনৰ নিৰ্মাতা জুবিন গাৰ্গে দৰ্শক উদগনি যোগোৱাৰ বাবে মহানগৰীৰ প্ৰতিটো ছবি গৃহত উপস্থিত হয় ৷ ছবি গৃহত উপস্থিত হৈ কাৰিকৰী দিশ সমূহ খুটি-নাটি মাৰি চাই জুবিনে ৷ আনহাতে, নিজৰ চিনেমাৰ ৰেকৰ্ড আকৌ নিজৰ চিনেমাই ভাঙিবলৈ সক্ষম হোৱাত স্বাভাৱিকতে সুখী জুবিন গাৰ্গ । অসমৰ প্ৰতিটো ছবি গৃহত 'কাঞ্চনজংঘা'ই বিপুল সঁহাৰি লাভ কৰাৰ লগতে দেশৰ বিভিন্ন স্থানৰ ছবি গৃহত 'কাঞ্চনজংঘা'ই দৰ্শকৰ সঁহাৰি পোৱাত উৎফুল্লিত জুবিন ৷

Intro: মহানগৰীৰ চিনেমা হলে হলে ঘূৰিছে জুবিন। কাঞ্চনজঙ্ঘা চিনেমাৰ প্ৰথম দিনটোৰ সফলতাৰ পিছত দ্বিতীয় দিনত মহানগৰীৰ প্ৰতিটো চিনেমা হলত কাৰিকৰী দিশ সমূহ খুটি নাটি মাৰি চাইছে জুবিন গাৰ্গে।ইতিমধ্যে ই মিছন চাইনাৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে কাঞ্চনজঙ্ঘা ই। কাঞ্চনজঙ্ঘা ৰ প্ৰথম দিনটোৰ উপাৰ্জন 40 লাখ অৰ্থাৎ জুবিন গাৰ্গৰ প্ৰথম ছবি মিছন চাইনাৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে ।

Body:নিজৰ চিনেমাৰ ৰেকৰ্ড আকৌ নিজৰ চিনেমাই ভাঙিবলৈ সক্ষম হোৱাত স্বাভাৱিক তে সুখী জুবিন গাৰ্গ। মহানগৰীৰ চিটি চেণ্টাৰ PVR চিনেমা হলত লুঙী পিন্ধি এনেদৰে পৰিদৰ্শন কৰে জুবিনে চিনেমা হল আৰু লগতে ব্যক্ত কৰে মনৰ কথা।
Bite:-জুবিন গাৰ্গ।

Conclusion:অসমৰ প্ৰতিটো চিনেমা হলত এতিয়া কাঞ্চনজঙ্ঘা ই বিপুল সঁহাৰি পোৱাৰ লগতে দেশৰ বিভিন্ন স্থানৰ চিনেমা হল সমূহতো কাঞ্চনজঙ্ঘা ই দৰ্শৰ সঁহাৰি পাবলৈ সক্ষম হৈছে আৰু তাকে লৈ সুখী জুবিন গাৰ্গ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.