ETV Bharat / state

গুৱাহাটীৰ ইউএচটিএমত ৱৰ্ল্ড চাইল্ড ডে' - ইউএচটিএম

গুৱাহাটীৰ খানাপাৰাস্থিত ইউএচটিএমত ৱৰ্ল্ড চাইল্ড ডে' উপলক্ষে সজাগতামূলক ৰেলীৰ আয়োজন কৰা হয় ৷

গুৱাহাটীৰ ইউএচটিএমত উদযাপন ৱৰ্ল্ড চাইত দে
author img

By

Published : Oct 10, 2019, 11:52 PM IST

গুৱাহাটী,10 অক্টোবৰঃ বিশ্বৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গুৱাহাটীৰ নমাইলতস্থিত উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান ইউ এছ টি এম ত আজি উদযাপন কৰা হয় ৱৰ্ল্ড চাইল্ড ডে' । অনুষ্ঠানটোত বিশেষকৈ নাৰেংগীস্থিত জ্যোতি নিকেতনৰ প্ৰায় ১৫ গৰাকী দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকে গীত পৰিবেশন কৰে । অনুষ্ঠানটোত উপাচাৰ্য মহবুবুল হক , নভযান ফাউণ্ডেশ্যনৰ চি এম এফ ডঃ যোছেফ মপ্পালিৰৰমবিলৰ উপস্থিত থাকি ভাষণ ৰখাৰ লগতে দৃষ্টিহীন ছাত্ৰ- ছাত্ৰী সকলে গীত পৰিবেশন কৰে ৷ সমগ্ৰ ভাৰতত ৬২ মিলিয়ন লোকে এতিয়াও অন্ধত্বৰ জীৱন-যাপন কৰি আছে । তাৰ ভিতৰত ৫৪ মিলিয়ন লোকৰ দৃষ্টিশক্তি কম আৰু ভাৰতত ৮ মিলিয়ন অন্ধ লোক আছে ।

ৱৰ্ল্ড চাইল্ড ডে'

আৰু পঢ়ক

Intro:USTMত ৱৰ্ল্ড চাইত দে উপলক্ষে সজাগতা মূলক ৰেলিৰ আয়োজন
Body:বিশ্বৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ৯ মাইল স্থিত উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান ইউ এছ টি এম ত আজি উদযাপন কৰা হয় ৱৰ্ল্ড চাইট দে। অনুষ্ঠানটোত বিশেষকৈ নাৰেংগীস্থিত জ্যোতি নিকেটন ৰ প্ৰায় ১৫ গৰাকী দৃষ্টিহীন ছাত্ৰ ছাত্ৰীক সংবৰ্ধনা জনোৱাৰ লগতে তেওঁলোকে গীত পৰিবেশন কৰে। অনুষ্ঠানটোত উপাচাৰ্য মহবুবুল হক , নভযান ফাউণ্ডেশ্যনৰ চি এম এফ ডঃ যোছেফ মপ্পালিৰৰমবিল ৰ উপস্থিত থাকি ভাষণ ৰখাৰ লগতে দৃষ্টিহীন ছাত্ৰ ছাত্ৰী সকলে গীত পৰিবেশন কৰে। অন্যহাতে উক্ত অনুষ্ঠানত উপস্থিত ইউ এছ টি এম ৰ ছাত্ৰ ছাত্ৰী সকলে নিজৰ নেত্ৰ দান কৰিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয়। কিয়নো সমগ্র ভাৰতত ৬২ মিলিয়ন লোকে এতিয়াও অন্ধত্বৰ জীৱন যাপন কৰি আছে। তাৰ ভিতৰত ৫৪ মিলিয়ন লোকৰ দৃষ্টিশক্তি কম। আৰু ভাৰতত ৮ মিলিয়ন অন্ধ লোক আছে।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.