ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি... - Top 10 @ 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

Top 10 @ 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Nov 19, 2020, 5:21 PM IST

কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতি,ছিণ্ডিকেটৰ মহানায়ক আছিল হিমন্তঃ প্ৰদ্যুৎ বৰদলৈ

'কা' বিৰোধিতা কৰি আত্মপ্ৰকাশ কৰা আঞ্চলিক দল এজেপিয়ে বিজেপিৰ বি টিম হিচাপে কাম কৰিলে,সেয়া অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে।

মৰঙীত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

গোলাঘাট জিলাত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ ৷ হাতীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাইছে নুমলীগড় আৰু মৰঙী মৌজাবাসীয়ে ৷

বৰঙাবাৰীত হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিব নাৰ্চিং বিদ্যালয়ৰ আধাৰশিলা

ব্যাপক উচাহ দেখা গৈছে বিশ্বনাথবাসীৰ মাজত ৷ কিয়নো বৃহস্পতিবাৰে বৰঙাবাৰীত জিএনএম নাৰ্চিং বিদ্যালয়ৰ আধাৰশিলা আৰু ভূমি পূজন অনুষ্ঠানত উপস্থিত হ’ব ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷

অনাড়ম্বৰভাৱে অনুষ্ঠিত হ’ব ষট পূজা

প্ৰতিবছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত অনুষ্ঠিত হয় ষট পূজা ৷ এইবেলি কৰ’ণা মহামাৰীৰ বাবে পূৰ্বৰ দৰে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা নহ’ব ষট পূজা ৷ মৰাণৰ ষট পূজা উদযাপন কমিটিয়ে সদৰী কৰিছে এই কথা ৷

পৰাগ ভূঞাক ন্যায় প্ৰদানৰ দাবীত CITU ৰ প্ৰতিবাদ

সাংবাদিক নিৰ্যাতনকাৰীৰ শাস্তিৰ দাবীত আমিনগাঁৱত শ্ৰমিক সংঘ অৰ্থাৎ CITU ৰ প্ৰতিবাদ সাব্যস্ত ।

চেন্ট্ৰেল অ'বিচি প্ৰদানৰ দাবীৰে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ

কেন্দ্ৰীয় অনুসূচিত জনজাতিকৰণৰ দাবীৰে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ ৷ দাবী মানি নোলোৱা পৰ্যন্ত ধাৰাবাহিক আন্দোলনৰ হুংকাৰ ৷ 1996 চনৰ পৰা দাবী জনাই অহাৰ পাছতো চৰকাৰে সঁহাৰি নিদিয়াৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷

অসম মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ

গোলাঘাটত প্ৰতিবাদ সাব্যস্ত অসম মটৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ ৷ প্ৰতিবাদকাৰীয়ে ক’লা বেজ পৰিধান কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

জোনাইত যাত্ৰীবাহী ৰেলত উদ্ধাৰ যুৱকৰ মৃতদেহ

জোনাইৰ মুৰ্কংচেলেক ৰেল ষ্টেচনত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ যুৱকজন মূর্কংচেলেক গাঁৱৰ গোবিন্দ পাতৰ বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

নলবাৰীত কংগ্ৰেছৰ উদ্যোগত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক সোঁৱৰণ

১০৪ সংখ্যক জন্ম দিৱসৰ কাৰ্যসূচী উপলক্ষে বন্তি প্ৰজ্বলন, মাল্যপণ আদিৰে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক সোঁৱৰণ কৰে কংগ্ৰেছ নেতা-কৰ্মী সকলে। নলবাৰী মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে বন্তি প্ৰজ্বলন কৰে, মাল্যপণ কৰে জিলা কংগ্ৰেছৰ সাধৰণ সম্পাদক দিব্যজ্যোতি হালৈয়ে ৷ ইপিনে লুটফুৰ ৰহমানকে ধৰি কেইবাগৰাকীও কংগ্ৰেছৰ নেতা কৰ্মী উপস্থিত থাকে অনুস্থানটোত ।

কৰ’ণাৰ বিভীষিকাত স্তব্ধ ৰাজ্যৰ পৰ্যটন উদ্যোগ

পৰ্যটনৰ বাবে বিখ্য়াত উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰডলি অসমত এইবাৰ পৰ্যটকৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস পাইছে ৷ তথাপিও দেশীয় তথা থলুৱা পৰ্যটকে ক’ভিডকো নেওচি সঁহাৰি আগবঢ়োৱা বুলি অসম পৰ্যটন বিভাগৰ সঞ্চালক দেৱ কুমাৰ মিশ্ৰই এই কথা সদৰি কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.