ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি... - 5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

Top 10 @ 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Nov 17, 2020, 5:10 PM IST

বিটিচি নিৰ্বাচনৰ দিন ঘোষণা

ৰাজ্যিক নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে বিটিচি নিৰ্বাচনৰ দিন ৷ সেই অনুসৰি দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন ৷

ভুৱা সেনা জোৱান নিযুক্তি দিয়া ধীমান কৃষ্ণ কোন ?

আজাৰাত সোমবাৰে নিশা 11 জনকৈ সেনা বুলি পৰিচয় দিয়া ভুৱা সেনাৰ জোৱানৰ দল গ্ৰেপ্তাৰ ৷ বিষয় সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে সংলগ্ন মহানগৰ আৰক্ষী আয়ুক্তৰ লগতে ভুৱা জোৱান কেইগৰাকীৰ পৰিয়ালৰ লোকে ৷

ৰঙাপৰাত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

শোণিতপুৰ জিলাৰ ৰঙাপৰাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কেন্দ্ৰ কৰি সমগ্র অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱতী গৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে। ৰঙাপৰাৰ নাহৰণী চাহ বাগিচাৰ অধীনস্থ হাতীবাৰী চাহ বাগিচাৰ ১০ নং শাখাত উদ্ধাৰ হয় যুৱতী গৰাকীৰ মৃতদেহ।

নাগালেণ্ডৰ বিৰুদ্ধে অনিদিষ্টকালীন অৰ্থনৈতিক অৱৰোধ জাতীয় দল-সংগঠনৰ

কাৰ্বি আংলং জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী দলদলি সংৰক্ষিত বনাঞ্চল এলেকাত নগাৰ বেদখলৰ প্ৰসংগক কেন্দ্ৰ কৰি বিগত সময়ছোৱাত কাৰ্বি আংলং জিলাত উত্তেজনা অব্যাহত আছে ৷ ইয়াৰ মাজতে দুয়োখন চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ দাবীত মঙলবাৰৰে পৰা নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে কাৰ্বি ছাত্ৰ সন্থাকে ধৰি জিলাখনৰ কেইবাটাও জাতীয় দল-সংগঠনে।

MBBS আৰু BDSৰ তালিকাত চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত বিসংগতি

MBBS আৰু BDSৰ বাবে ঘোষণা কৰা চাহ জনগোষ্ঠীৰ সংৰক্ষিত তালিকাত বিসংগতি ৷ এই অভিযোগ উত্থাপিত কৰিছে চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ সভাপতি জিতেন কুৰ্মীৰ ৷

অখিল গগৈক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰাখিছেঃ AJYCP

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ কৃষক নেতা অখিল গগৈ সন্দৰ্ভতো মন্তব্য প্ৰদান কৰিছে সভাপতি গৰাকীয়ে ৷

দুৰ্ঘটনা প্ৰৱণ এলেকাত পৰিণত হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

দুৰ্ঘটনা প্ৰৱণ এলেকাত পৰিণত হৈছে শিৱসাগৰ জিলাৰ আমগুৰিৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ জাঁজীৰ ফুলপানীছিগাত ঘাইপথটোৰ দুৰৱস্থাই জলা-কলা খুৱাইছে পথচাৰীক ৷ জাঁজীৰ পৰা গৌৰীসাগৰ পৰ্যন্ত ঘাইপথটোত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতৰ ফলত একপ্ৰকাৰ ভাবুকি সৃষ্টি হৈছে পথচাৰীৰ প্ৰতি ৷

খোৱাপানীৰ বাবে হাহাকাৰ বাক্সাৰ পাহাৰপুৰত

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী পাহাৰপুৰত ৷ বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে লেব্ৰা নদীৰ বুকুত গাত খান্দি তাৰ পৰা পানী সংগ্ৰহ কৰি আহিছে ৷

ধীৰাজে গ্ৰহণ কৰিছে জীৱনৰ প্ৰত্যাহ্বান

ৰঙিয়াৰ ধীৰাজ কলিতা নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱক ৷ যুৱকগৰাকীয়ে লিখি উলিয়াইছে প্ৰায় 250 টা কবিতা আৰু কেইবাটাও গল্প। হাতেৰে কলম ধৰিব নোৱাৰা ধীৰাজে ম’বাইলতে লিখি গৈছে এটাৰ পিছত আনটো কবিতা ।

হাউলীত উপস্থিত হৈ শ্বহীদক সোঁৱৰণ মুখ্যমন্ত্ৰীৰ

ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাই 1985 চনত আধাৰশিলা স্থাপন কৰাৰ লগতে শিল্পীগৰাকীয়ে 1987 চনত শ্বহীদ বেদীটো উন্মোচন কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.