ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি... - top 10 at 5 pm

5 বজাৰ শীৰ্ষ 10 টা বাতৰি...

top 10 at 5 pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি...
author img

By

Published : Nov 7, 2020, 5:02 PM IST

ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া পাঠদান শিবিৰ

ডুমডুমাত ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচী ৷ ডুমডুমা মহাবিদ্য়ালয়ত অনুষ্ঠিত হ’ব এই পাঠদান ৷

কৃষক বিৰোধী আইনৰ বিৰুদ্ধে মঙলদৈত কংগ্ৰছৰ প্ৰতিবাদঃআটক তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং

শনিবাৰে দৰং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগতো কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ মঙলদৈ ৰাজীৱ ভৱনত অনুষ্ঠিত বিশাল প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ৷

বিপদ আহিছে অপৰাধী ৰাজনীতিকৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ

২০২১ ৰ বিধানসভা নিৰ্বাচন হয়তো অসমৰ বহু ৰাজনৈতিক নেতাৰ বাবে সুখদায়ক নহব । কিয়নো ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত থাকি তাৰ সুযোগ লৈ নিৰ্বিঘ্নে বিভিন্ন অপৰাধ কৰি যোৱা সকলৰ বিৰুদ্ধে যি গোচৰ চলি আছিল, সেই গোচৰ সমূহ ছমাহৰ ভিতৰত নিস্পত্তি কৰিবলৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে ।

ডিব্ৰুগড়ত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই সৰৱৰাহকাৰী

মৰাণৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকাৰ সময়তে লেপেটকটাত আৰক্ষীৰ তালাচীত ড্ৰাগছ সহ গ্ৰেপ্তাৰ হয় দুই সৰৱৰাহকাৰী ৷

অগ্ৰগতিৰ সংখ্যাই জয়ৰ স্পষ্ট ইংগিত দিছে ডেমক্ৰেটিক দলকঃ জ্ৰ বিডেন

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনাত জৰ্জিয়া আৰু পেনছ'লভিয়াত অগ্ৰগতি লাভ কৰি থকা পিচতে সংখ্যাবোৰে জয়ৰ স্পষ্ট ইংগিত দিছে বুলি মন্তব্য প্ৰকাশ কৰিছে জ্ৰ বিডেনে ৷ ইয়াৰ সমান্তৰালভাৱে CNN ত প্ৰকাশিত তথ্য অনুসৰি ডনাল্ড ট্ৰাম্পতকৈ 27,130 টা ভোটত অগ্ৰগতি লাভ কৰিছে জ্ৰ বিডেনে ৷ জ্ৰ বিডেনে কয়, বিজয়ৰ আনুষ্ঠানিকতা ঘোষণা কৰা হোৱা নাই যদিও বৰ্তমানৰ অগ্ৰগতি লাভ কৰা সংখ্যাবোৰে জয়ৰ নিশ্চিত ইংগিত বহন কৰিছে ৷

অনুস্কাই পোষ্ট কৰিলে বিৰাটৰ জন্মদিনৰ ফটো

বিৰাট কোহলীৰ জন্মদিনৰ এটা দিনৰ পিচতে ইনষ্ট্ৰাগীমচ পোষ্ট কৰা দুয়োখনকৈ ফটোত একলগে দেখা গ'ল দুয়ো পতি-পত্নী বিৰাট আৰু অনুস্কাক ৷ ইনষ্ট্ৰাৰ শুভেচ্ছা জনালে আমিৰ খানেও ৷

প্ৰধান শিক্ষকৰ কামনাৰ বলি ছাত্ৰী

নগাঁৱৰ কচুৱাত সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা ৷ বিদ্যালয়ত শিক্ষাগ্ৰহণৰ বাবে যোৱা নাবালিকা বলি হৈছে প্ৰধান শিক্ষকৰ কামনাৰ ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে কচুৱা আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিক লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল অসমৰ ভিন্ন প্ৰান্ত ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাৰ্ঘেৰিটাতো ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত ৷ যোগান বিভাগৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা প্ৰতিবাদকাৰীৰ ৷

সুস্থ হৈছে আজেন্টিনাৰ ফুটবলৰ সম্ৰাট ডিয়েগো মাৰাডোনা

আজেন্টিনাৰ ফুটবলৰ সম্ৰাট হিচাপে খ্যাত ডিয়েগো মাৰাডোনাৰ মগজুৰ এক অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈছে ৷ স্নায়ুৰোগত ভুগি আছিল তাৰকাজন ৷

পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে আজমলৰ প্ৰতিমূৰ্তি দাহ

নলবাৰীত সাংসদ বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি দাহ ৷ পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল নলবাৰী ৷ আজমলক গ্ৰেপ্তাৰৰ দাবী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.