ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Dec 9, 2021, 3:33 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি...

TOP 10 AT 3PM
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Next CDS of India : সেনাপ্ৰধান জেনেৰেল নাৰাভানে হ'ব নেকি ভাৰতৰ পৰৱৰ্তী CDS ?

ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (CDS) জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুৰ পাছতে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন পৰৱৰ্তী চিডিএছ কোন হ'ব (Who will be the India's next CDS)? এইক্ষেত্ৰত সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানেক পৰৱৰ্তী চিডিএছ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা অধিক ।

Bipin Rawat's chopper crash : জেনেৰেল ৰাৱাটৰ মৃত্যুক লৈ সদনত প্ৰতিক্ৰিয়া প্ৰতিৰক্ষামন্ত্ৰীৰ

বুধবাৰৰ M17 V5 হেলিকপ্তাৰৰ দুৰ্ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে সংসদত বক্তৃতা প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ সেনাৰ এখন M17V5 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মৃত্যু হৈছিল ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন 11 গৰাকী সেনাৰ বিষয়া-কৰ্মচাৰীৰ ৷

Forensic Team reaches chopper crash site : হেলিকপ্তাৰ দুৰ্ঘটনাৰ স্থানত উপস্থিত ফৰেনচিকৰ দল

হেলিকপ্তাৰ দুৰ্ঘটনাৰ সবিশেষ তথ্য বিচাৰি বৃহস্পতিবাৰে সঞ্চালক শ্ৰীনিবাসনৰ নেতৃত্বত তামিলনাডু ফৰেনচিক বিজ্ঞানাগাৰৰ এটা দল উপস্থিত হয় তামিলনাডুৰ কুন্নুৰত (Tamilnadu Forensic Dept Reaches Coonoor Air Crash Site) ৷

Gaurab Gogoi visited AMCH : নাগালেণ্ডৰ ঘটনাত আঘাতপ্ৰাপ্তৰ ল’লে খবৰ

ডিব্ৰুগড়ৰ AMCH ত বুধবাৰে মাজনিশা উপস্থিত হয় সাংসদ গৌৰৱ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছৰ এটি দল (Gaurab Gogoi visited AMCH) ৷ নাগালেণ্ডৰ ঘটনাত আঘাতপ্ৰাপ্ত দুই যুৱকৰ স্বাস্থ্যৰ বুজ লৈ কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা কৰে সাংসদগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে নাগালেণ্ডলৈ আহি ৰাইজৰ ওচৰত ক্ষমা খোজা প্ৰয়োজন : জিতেন্দ্ৰ সিং

নাগালেণ্ডৰ মন জিলালৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী জিতেন্দ্ৰ সিঙক (AICC Secretary Jitendra Singh) যোৱাত বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকী ৷

Case against Subramaniam Swamy : ছবছৰীয়া গোচৰত দায়মুক্ত হ'ল সুব্ৰমণিয়াম স্বামী

বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনীষ চৌধুৰী আদালতে ভাৰ্চুৱেলভাৱে বিজেপিৰ শীৰ্ষ নেতা সুব্ৰমণিয়াম স্বামী বিৰুদ্ধে ৰুজু গোচৰৰ শুনানি গ্ৰহণ কৰে(Court dismisses the case against Subramaniam Swamy) ৷

Kat Vick Wedding Day : আজি বিয়াত বহিব কেটৰিণা বিকী

বহু যুৱকৰ হৃদয় ভাঙি আজি বিকী কৌশলৰে বিয়াত বহিব বলীউডৰ অভিনেত্ৰী কেটৰিণা কাঈফ ৷ ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৰাজস্থানত ৷ প্ৰায় 700 বছৰ পুৰণি 6 ছেনছেছ ফ’ৰ্ট হোটেলত বিবাহৰ বান্ধোনত বান্ধ খাব বিকী আৰু কেটৰিণাই ৷ ৰাজকীয় কায়দাৰে অভ্যৰ্থনা কৰা হ’ব অতিথিক ৷

Jacqueline Fernandez To Appear Before Ed:পুনৰ জেৰাৰ সন্মুখীন হ'ব জেকলিন

ED কাৰ্যালয়ত জেৰা চলোৱা হ'ব অভিনেত্ৰীগৰাকীক (Jacqueline Fernandez to appear before ED)। কোটিপতি সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে থকা ২০০ কোটি টকাৰ কেলেংকাৰীৰ গোচৰত অভিনেত্ৰীগৰাকীক ইয়াৰ পূৰ্বেও জেৰা চলোৱা হৈছিল । ৫ ডিচেম্বৰত দেশ এৰি যাবলৈ লওতে জেকলিনক বিমানবন্দৰত আটক কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.